পৃথিৱীৰ আৰু ভাৰতৰ উচ্চতম, দীৰ্ঘতম আৰু ক্ষুদ্ৰতম কিছু তথ্য

পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ | পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ  |  পৃথিৱীৰ উচ্চতম শৃংগ |  বিশ্বৰ উচ্চতম মালভূমি

পৃথিৱীৰ আৰু ভাৰতৰ কিছু তথ্য

পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ

1 পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ এছিয়া
2 পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ অষ্ট্ৰেলিয়া
3 পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ  প্ৰশান্ত মহাসাগৰ।
4 পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট।
5 পৃথিৱীৰ উচ্চতম পৰ্বতশ্ৰেণী হিমালয় (এছিয়া)।
6 বিশ্বৰ উচ্চতম বিমান বন্দৰ বাংডা বিমান বন্দৰ (তিব্বত)।
7 পৃথিৱীৰ উচ্চতম জলপ্ৰপাত ছেলেট’ এঞ্জেল ভেনিজুৱেলা।
8 বিশ্বৰ উচ্চতম মালভূমি  পামিৰ।
9 বিশ্বৰ উচ্চতম স্তম্ভ  চি. এন. টাৱাৰ।
10 পৃথিৱীৰ উচ্চতম জীৱিত বৃক্ষ  ক’ষ্ট ৰেডউড কেলিফৰ্নিয়া।
11 বিশ্বৰ দীৰ্ঘতম মহাকাব্য  মহাভাৰত।
12 বিশ্বৰ উচ্চতম মূৰ্তি টকিঅ’ৰ ব্ৰঞ্জৰ বুদ্ধ মূৰ্তি (জাপান)।
13 দীৰ্ঘতম পৰ্বত শ্ৰেণী এণ্ডিজ (দক্ষিণ আমেৰিকা।
14 মুক্তভাৱে থিয় হৈ থকা বিশ্বৰ উচ্চতম মিনাৰ কুটুব মিনাৰ (নতুন দিল্লী)।
15 বিশ্বৰ দীৰ্ঘতম ৰেল’ৱে প্লেটফৰ্ম পশ্চিমবংগৰ খড়গপূৰ।
16 দীৰ্ঘতম প্ৰাচীৰ চীনৰ প্ৰাচীৰ।
17 বিশ্বৰ দীৰ্ঘতম ৰেলৰ দলং  হেৰী প্লং দলং (আমেৰিকা যুক্তৰাষ্ট্ৰ)।
18 বিশ্বৰ দীৰ্ঘতম সুৰংগ ছেণ্ট গ’টাৰৰ্ড পথৰ সুৰংগ (চুইজাৰলেণ্ড)।
19 বিশ্বৰ বৃহত্তম মৰুভূমি উত্তৰ আফ্ৰিকাৰ ছাহাৰা।
20 বিশ্বৰ বৃহত্তম উপসাগৰ মেক্সিকো উপসাগৰ।
21 বিশ্বৰ বৃহত্তম পুথিভঁৰাল ইউনাইটেড ষ্টেটছ লাইব্ৰেৰী অৱ কংগ্ৰেছ (আমেৰিকা)
22 পৃথিৱীৰ বৃহত্তম উদ্যান উত্তৰ-পূব ৰাষ্ট্ৰীয় উদ্যান (গ্ৰীণলেণ্ড)।
23 পৃথিৱীৰ বৃহত্তম সাগৰ  দক্ষিণ চীন সাগৰ।
24 বিশ্বৰ বৃহত্তম মন্দিৰ এনকোৱৰ ৱাট (কম্বোডিয়া)
25 বিশ্বৰ বৃহত্তম যাদুঘৰ আমেৰিকাৰ মিউজিয়াম অৱ নেছাৰেল হিষ্টৰী নিউয়ৰ্ক ।
26 বিশ্বৰ বৃহত্তম দলং মস্কোৰ পিতলৰ ঘণ্টা।
27 বিশ্বৰ বৃহত্তম মছজিদ শ্বাহ ফাইছাল মছজিদ (পাকিস্তান)।
28 বিশ্বৰ ক্ষুদ্ৰতম দেশ ভেটিকান চিটি।
29 ভাৰতৰ বৃহত্তম গুহা মন্দিৰ ইলোৰা (মহাৰাষ্ট্ৰ)
30 ভাৰতৰ বৃহত্তম মৰুভূমি থৰ মৰুভূমি।
31 ভাৰতৰ বৃহত্তম হ্ৰদ কাল্লেৰু, অন্ধ্ৰপ্ৰদেশ।
32 ভাৰতৰ বৃহত্তম ৰাজ্য ৰাজস্থান।
33 ভাৰতবৰ্ষৰ বৃহত্তম চিৰিয়াখনা জুল’জিকেল গাৰ্ডেন (কলকাতা)।
34 ভাৰতৰ বৃহত্তম পুথিভঁৰাল নেছনেল লাইব্ৰেৰী (কলকাতা)।
35 ভাৰতৰ বৃহত্তম জনবহুল নগৰ মুম্বাই।
36 ভাৰতবৰ্ষৰ সৰ্বোচ্চ সন্মান  ভাৰত ৰত্ন।
37 ভাৰতবৰ্ষৰ ক্ষুদ্ৰতম ৰাজ্য গোৱা।
38 ভাৰতবৰ্ষৰ ক্ষুদ্ৰতম জনসংখ্যাৰ ৰাজ্য  ছিকিম।
39 ভাৰতবৰ্ষৰ জনবসতিৰ ঘনত্ব সৰ্বাধিক পশ্চিমবংগ।
40 পৃথিৱীৰ আটাইতকৈ দীঘল নদী  আমাজান।
41 পৃথিৱীৰ বৃহত্তম সাগৰীয় দ্বীপ গ্ৰীণলেণ্ড ।
42 বিশ্বৰ বৃহত্তম নদী দ্বীপ মাজুলী।
43 পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ নদী দ্বীপ উমানন্দ।
44 পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ কাম্পিয়ান
45 পৃথিৱীৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ  সুন্দৰবন (ভাৰত)
46 বিশ্বৰ আটইতকৈ ডাঙৰ আগ্নয়গিৰি জাপানৰ মাউণ্ট আচো।
47 বিশ্বৰ বৃহত্তম জনবহুল মহানগৰী জাপানৰ টকিঅ’।
48 ভাৰতৰ আটাইতকৈ দীঘল নদী গংগানদী।
49 বিশ্বৰ আটইতকৈ ওখ ঠাইত থকা হ্ৰদ টিটিকাটা হ্ৰদ।
50 বিশ্বৰ উচ্চতম আগ্নেয়গিৰি অজ’ছভেল ।
51 বিশ্বৰ আটইতকৈ শীতল ঠাই ভাৰখুয়ানস্ক (ছাইবেৰিয়া)।
52 পৃথিৱীৰ ভিতৰত উষ্ণতম ঠাই এলআজিজিয়া (লিবিয়া)
53 পৃথিৱীৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই মেঘালয়ৰ মৌচিনৰাম।
54 ভাৰতৰ আটাইতকৈ ওখ জলপ্ৰপাত  জগফলচ (কৰ্ণাটক)।
55 বিশ্বৰ আটইতকৈ দ ঠাইত থকা হ্ৰদ মৃত সাগৰ (Dead Sea)
56 বিশ্বৰ উচ্চতম প্ৰাণী জিৰাফ।
57 বিশ্বৰ বৃহত্তম স্থলচৰ প্ৰাণী  আফ্ৰিকাৰ বনৰীয়া হাতী।
58 বিশ্বৰ বৃহত্তম জলচৰ প্ৰাণী নীলা তিমি।
59 বিশ্বৰ বৃহত্তম সাগৰীয় চৰাই এলবেট্ৰছ।
60 দ্ৰুতবেগী স্থলচৰ প্ৰাণী চিতাবাঘ।
61 বিশ্বৰ দ্ৰুতবেগী চৰাই  ছুইফট ।
62 বিশ্বৰ ক্ষুদ্ৰতম চৰাই  হাৰ্মিং বাৰ্ড।

Leave a Reply