পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ | পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ | পৃথিৱীৰ উচ্চতম শৃংগ | বিশ্বৰ উচ্চতম মালভূমি
পৃথিৱীৰ আৰু ভাৰতৰ কিছু তথ্য
1 | পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ | এছিয়া। |
2 | পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ | অষ্ট্ৰেলিয়া। |
3 | পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ | প্ৰশান্ত মহাসাগৰ। |
4 | পৃথিৱীৰ উচ্চতম শৃংগ | মাউণ্ট এভাৰেষ্ট। |
5 | পৃথিৱীৰ উচ্চতম পৰ্বতশ্ৰেণী | হিমালয় (এছিয়া)। |
6 | বিশ্বৰ উচ্চতম বিমান বন্দৰ | বাংডা বিমান বন্দৰ (তিব্বত)। |
7 | পৃথিৱীৰ উচ্চতম জলপ্ৰপাত | ছেলেট’ এঞ্জেল ভেনিজুৱেলা। |
8 | বিশ্বৰ উচ্চতম মালভূমি | পামিৰ। |
9 | বিশ্বৰ উচ্চতম স্তম্ভ | চি. এন. টাৱাৰ। |
10 | পৃথিৱীৰ উচ্চতম জীৱিত বৃক্ষ | ক’ষ্ট ৰেডউড কেলিফৰ্নিয়া। |
11 | বিশ্বৰ দীৰ্ঘতম মহাকাব্য | মহাভাৰত। |
12 | বিশ্বৰ উচ্চতম মূৰ্তি | টকিঅ’ৰ ব্ৰঞ্জৰ বুদ্ধ মূৰ্তি (জাপান)। |
13 | দীৰ্ঘতম পৰ্বত শ্ৰেণী | এণ্ডিজ (দক্ষিণ আমেৰিকা। |
14 | মুক্তভাৱে থিয় হৈ থকা বিশ্বৰ উচ্চতম মিনাৰ | কুটুব মিনাৰ (নতুন দিল্লী)। |
15 | বিশ্বৰ দীৰ্ঘতম ৰেল’ৱে প্লেটফৰ্ম | পশ্চিমবংগৰ খড়গপূৰ। |
16 | দীৰ্ঘতম প্ৰাচীৰ | চীনৰ প্ৰাচীৰ। |
17 | বিশ্বৰ দীৰ্ঘতম ৰেলৰ দলং | হেৰী প্লং দলং (আমেৰিকা যুক্তৰাষ্ট্ৰ)। |
18 | বিশ্বৰ দীৰ্ঘতম সুৰংগ | ছেণ্ট গ’টাৰৰ্ড পথৰ সুৰংগ (চুইজাৰলেণ্ড)। |
19 | বিশ্বৰ বৃহত্তম মৰুভূমি | উত্তৰ আফ্ৰিকাৰ ছাহাৰা। |
20 | বিশ্বৰ বৃহত্তম উপসাগৰ | মেক্সিকো উপসাগৰ। |
21 | বিশ্বৰ বৃহত্তম পুথিভঁৰাল | ইউনাইটেড ষ্টেটছ লাইব্ৰেৰী অৱ কংগ্ৰেছ (আমেৰিকা) |
22 | পৃথিৱীৰ বৃহত্তম উদ্যান | উত্তৰ-পূব ৰাষ্ট্ৰীয় উদ্যান (গ্ৰীণলেণ্ড)। |
23 | পৃথিৱীৰ বৃহত্তম সাগৰ | দক্ষিণ চীন সাগৰ। |
24 | বিশ্বৰ বৃহত্তম মন্দিৰ | এনকোৱৰ ৱাট (কম্বোডিয়া) |
25 | বিশ্বৰ বৃহত্তম যাদুঘৰ | আমেৰিকাৰ মিউজিয়াম অৱ নেছাৰেল হিষ্টৰী নিউয়ৰ্ক । |
26 | বিশ্বৰ বৃহত্তম দলং | মস্কোৰ পিতলৰ ঘণ্টা। |
27 | বিশ্বৰ বৃহত্তম মছজিদ | শ্বাহ ফাইছাল মছজিদ (পাকিস্তান)। |
28 | বিশ্বৰ ক্ষুদ্ৰতম দেশ | ভেটিকান চিটি। |
29 | ভাৰতৰ বৃহত্তম গুহা মন্দিৰ | ইলোৰা (মহাৰাষ্ট্ৰ) |
30 | ভাৰতৰ বৃহত্তম মৰুভূমি | থৰ মৰুভূমি। |
31 | ভাৰতৰ বৃহত্তম হ্ৰদ | কাল্লেৰু, অন্ধ্ৰপ্ৰদেশ। |
32 | ভাৰতৰ বৃহত্তম ৰাজ্য | ৰাজস্থান। |
33 | ভাৰতবৰ্ষৰ বৃহত্তম চিৰিয়াখনা | জুল’জিকেল গাৰ্ডেন (কলকাতা)। |
34 | ভাৰতৰ বৃহত্তম পুথিভঁৰাল | নেছনেল লাইব্ৰেৰী (কলকাতা)। |
35 | ভাৰতৰ বৃহত্তম জনবহুল নগৰ | মুম্বাই। |
36 | ভাৰতবৰ্ষৰ সৰ্বোচ্চ সন্মান | ভাৰত ৰত্ন। |
37 | ভাৰতবৰ্ষৰ ক্ষুদ্ৰতম ৰাজ্য | গোৱা। |
38 | ভাৰতবৰ্ষৰ ক্ষুদ্ৰতম জনসংখ্যাৰ ৰাজ্য | ছিকিম। |
39 | ভাৰতবৰ্ষৰ জনবসতিৰ ঘনত্ব সৰ্বাধিক | পশ্চিমবংগ। |
40 | পৃথিৱীৰ আটাইতকৈ দীঘল নদী | আমাজান। |
41 | পৃথিৱীৰ বৃহত্তম সাগৰীয় দ্বীপ | গ্ৰীণলেণ্ড । |
42 | বিশ্বৰ বৃহত্তম নদী দ্বীপ | মাজুলী। |
43 | পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ নদী দ্বীপ | উমানন্দ। |
44 | পৃথিৱীৰ আটাইতকৈ ডাঙৰ হ্ৰদ | কাম্পিয়ান |
45 | পৃথিৱীৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ | সুন্দৰবন (ভাৰত) |
46 | বিশ্বৰ আটইতকৈ ডাঙৰ আগ্নয়গিৰি | জাপানৰ মাউণ্ট আচো। |
47 | বিশ্বৰ বৃহত্তম জনবহুল মহানগৰী | জাপানৰ টকিঅ’। |
48 | ভাৰতৰ আটাইতকৈ দীঘল নদী | গংগানদী। |
49 | বিশ্বৰ আটইতকৈ ওখ ঠাইত থকা হ্ৰদ | টিটিকাটা হ্ৰদ। |
50 | বিশ্বৰ উচ্চতম আগ্নেয়গিৰি | অজ’ছভেল । |
51 | বিশ্বৰ আটইতকৈ শীতল ঠাই | ভাৰখুয়ানস্ক (ছাইবেৰিয়া)। |
52 | পৃথিৱীৰ ভিতৰত উষ্ণতম ঠাই | এলআজিজিয়া (লিবিয়া) |
53 | পৃথিৱীৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই | মেঘালয়ৰ মৌচিনৰাম। |
54 | ভাৰতৰ আটাইতকৈ ওখ জলপ্ৰপাত | জগফলচ (কৰ্ণাটক)। |
55 | বিশ্বৰ আটইতকৈ দ ঠাইত থকা হ্ৰদ | মৃত সাগৰ (Dead Sea) |
56 | বিশ্বৰ উচ্চতম প্ৰাণী | জিৰাফ। |
57 | বিশ্বৰ বৃহত্তম স্থলচৰ প্ৰাণী | আফ্ৰিকাৰ বনৰীয়া হাতী। |
58 | বিশ্বৰ বৃহত্তম জলচৰ প্ৰাণী | নীলা তিমি। |
59 | বিশ্বৰ বৃহত্তম সাগৰীয় চৰাই | এলবেট্ৰছ। |
60 | দ্ৰুতবেগী স্থলচৰ প্ৰাণী | চিতাবাঘ। |
61 | বিশ্বৰ দ্ৰুতবেগী চৰাই | ছুইফট । |
62 | বিশ্বৰ ক্ষুদ্ৰতম চৰাই | হাৰ্মিং বাৰ্ড। |