CURRENT AFFAIRS -2024( জানুৱাৰী-জুলাই )

CURRENT AFFAIRS –2024(জানুৱাৰী-জুলাই):-GK

Daily Current Affairs and GK | Current Affairs GK for SSC | Current Affairs GK for ADRE | Current Affairs GK for Assam Police | Assam Current Affairs | Assam Police Current Affairs

CURRENT AFFAIRS -জানুৱাৰী-জুলাই,২০২৪

১/ শেহতীয়াকৈ কোনখন দেশে সমলিংগ বিবাহক স্বীকৃতি দিয়া দক্ষিণ – পূৱ এছিয়াৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে?
উত্তৰ: থাইলেণ্ড
২/ প্ৰকাশিত বিশ্ব শান্তি সুচকাংক ২০২৪ ত ভাৰতৰ স্থান কিমান?
উত্তৰ:১১৬
৩/ প্ৰকাশিত পৰিৱেশ প্ৰদৰ্শন সুচকাংক ২০২৪ ত ভাৰতৰ স্থান কিমান?
উত্তৰ:১৭৬
৪/ শেহতীয়াকৈ চাইৰিল ৰামফোছা কোনখন দেশৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হৈছে?
উত্তৰ: দক্ষিণ আফ্ৰিকা
৫/ শেহতীয়াকৈ কাক লোকসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে?
উত্তৰ: ভাৰ্ত্ৰূহৰি মহটাব
৬/ কোনগৰাকী ব্যক্তিক ২০২৪ চনৰ বাবে সাহিত্য অকাডেমি যুৱ বঁটাৰে সন্মানিত কৰা হৈছে?
উত্তৰ: নয়নজ্যোতি শৰ্মা
৭/ অটল সেতুক কি বুলি জনা যায়?
উত্তৰ: মুম্বাই ট্ৰাঞ্চ হাৰ্বৌৰ লিংক
৮/ অটল সেতুৱে কোন কোন ঠাইক সংযোগ কৰে?
উত্তৰ: নাভি মুম্বাই ৰ পৰা দক্ষিণ মুম্বাই
৯/ ২০২৪ চনৰ এমি বঁটা ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ: কেলিফৰ্নিয়াৰ লছ এঞ্জেলছত
১০/ কোন দুখন চহৰে স্বচ্ছ চহৰ ২০২৪ বঁটা লাভ কৰিছে?
উত্তৰ: ইন্দোৰ আৰু চুৰাট
১১/ ২০২৪ বৰ্ষৰ শিল্পী বঁটা কাক প্ৰদান কৰা হয়?
উত্তৰ: যশস্বী কণ্ঠশিল্পী মণীষা হাজৰিকা
১২/ ১৬ নং বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ: ড ° অৰবিন্দ পানাগৰিয়া
১৩/ কোন দুখন স্থানত প্ৰথমে নাৰী আদালত স্থাপন হ’ব?
উত্তৰ: অসম আৰু জম্মু কাশ্মীৰ
১৪/ ২০২৪ চনৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱসৰ বিষয়বস্তু কি?
উত্তৰ: ‘Lets move celebrate ‘
১৫/ শেহতীয়াকৈ কোনখন চহৰ UNESCO ৰ তালিকাত ভাৰতৰ প্ৰথমখন সাহিত্যিক চহৰ হিচাপে পৰিগণিত হৈছে?
উত্তৰ: কজহিকোদ, কেৰালা
১৬/ শেহতীয়াকৈ ভাৰতে কোনখন দেশৰ নাগৰিকৰ বাবে ই – মেডিকেল ভিছা আৰম্ভ কৰিব?
উত্তৰ: বাংলাদেশ
১৭/ শেহতীয়াকৈ কোনখন আই আই টিৰ ছাত্ৰ কলাছ গুপ্তই বিশ্বৰ সৰ্ববৃহৎ ক’ডিং প্ৰতিযোগিতাত জয় লাভ কৰিছে?
উত্তৰ: আই আই টি, দিল্লী
১৮/ কোনখন ৰাজ্যত নতুন প্ৰজাতিৰ উদ্ভিদ ‘ Petrocosmia arunachalence ‘ আৱিষ্কাৰ হৈছে?
উত্তৰ: অৰুণাচল প্ৰদেশ
১৯/ শেহতীয়াকৈ কোনখন ৰাজ্যই ৰাজ্যৰ নাম সলনি কৰাৰ প্ৰস্তাৱ গৃহীত কৰিছে?
উত্তৰ: কেৰালা
২০/ শেহতীয়াকৈ বাতৰিৰ শিৰোনাম দখল কৰা ‘ স্কুল ইন এ বক্স ‘ ৰ পদক্ষেপটো উত্তৰ পূৱৰ কোনখন ৰাজ্যৰ বানপীড়িত শিশুৰ সৈতে জড়িত?
উত্তৰ: অসম
২১/ T -20 বিশ্বকাপ ২০২৪ ত দুখন মেচত একেৰাহে দুটা হেট্ৰিক কৰা প্ৰথমজন খেলুৱৈ কোন?
উত্তৰ: পেত কমিনচ
২২/ ২০২৪ ত কোন ভাৰতীয় চিনেমা কিংবদন্তিত লতা মঙ্গেশকাৰ বঁটাৰে সন্মানিত কৰা হৈছিল?
উত্তৰ: অমিতাভ বচ্চন
২৩/ T -20 ক্ৰিকেটত ২০০ টা ছয় কৰা বিশ্বৰ প্ৰথমজন বেটছমেন কোন?
উত্তৰ: ৰোহিত শৰ্মা
২৪/ মনিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল?
উত্তৰ: ২৬ ফেব্ৰুৱাৰী,১৮৫৮
২৫/ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত পালন কৰা ৰমন ইফেক্ট কোনে আৱিষ্কাৰ কৰিছিল?
উত্তৰ: চি ভি ৰমন
২৬/ বীৰ চিলাৰায় দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: ২৪ ফেব্ৰুৱাৰী
২৭/ বীৰ সাৱৰকাৰ মৃত্যু বাৰ্ষিকী কেতিয়া পালন কৰা হয়?
উত্তৰ: ২৬ ফেব্ৰুৱাৰী
২৮/ ৰাষ্ট্ৰই বিজ্ঞানৰ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: ২৮ ফেব্ৰুৱাৰী
২৯/ বাতৰিত দেখা পোৱা সম্মাকা সৰলম্মা যাত্ৰা কোনখন ৰাজ্যত উদযাপন কৰা হয়?
উত্তৰ: তেলেংগানা
৩০/ খেলো ইণ্ডিয়া শীতকালীন গেমছৰ চতুৰ্থ সংস্কৰণ কত আৰু কেতিয়া অনুষ্ঠিত হয়?
উত্তৰ: ২১-২৫ ফেব্ৰুৱাৰী,২০২৪ গোলমাৰ্গ, জম্মু আৰু কাশ্মীৰত
৩১/ শেহতীয়াকৈ ঘৰুৱা টেষ্ট মেচত ভাৰতৰ আগশাৰীৰ উইকেট ৰক্ষক কোন হৈ পৰিছে?
উত্তৰ: ৰভিচন্দ্ৰন অশ্বিন
৩২/ প্ৰধানমন্ত্ৰীয়ে তিনিটা আই আই এম আই আই টি,২০ টা কেন্দ্ৰীয় বিদ্যালয় , ১৩ টা নৱোদয় বিদ্যালয়, আৰু এইমছ কে ধৰি ১৩,৩৭৫ কোটি টকাৰ শৈক্ষিক প্ৰকল্প ক’ত উদ্বোধন কৰিছিল?
উত্তৰ:জম্মু
৩৩/ বৃটেইনৰ ৰজা তৃতীয় চাৰ্লচৰ দ্বাৰা কোনজন ভাৰতীয়ক সন্মানীয় নাইটাৰ পদবী প্ৰদান কৰা হৈছিল?
উত্তৰ: সুনীল ভাৰতী মিত্তল
৩৪/ বিশ্বৰ প্ৰথম বৈদিক ঘড়ী ক’ত স্থাপন কৰা হৈছিল?
উত্তৰ: উজ্জৈন
৩৫/ ভাৰতৰ প্ৰথম গৰাকী মহিলা পিটচ কিউৰেটৰ হিচাপে কোনে ইতিহাস ৰচনা কৰিছে?
উত্তৰ: জাচিন্থা কল্যাণ
৩৬/ প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ প্ৰথম ৰে’ল ষ্টেচন হিচাপে কোনটো ৰে’ল ষ্টেচন উদ্বোধন কৰিব?
উত্তৰ: ৰংপোম
৩৭/ দেশৰ প্ৰথম স্কিল ইণ্ডিয়া চেন্টাৰৰ উদ্বোধন ক’ত কোনে স্থাপন কৰে?
উত্তৰ: উৰিষ্যাত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে
৩৮/ গণায়ন মিছন আৰু ইছৰো প্ৰকল্প উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে কিমান পাইলতৰ নাম প্ৰকাশ কৰিছিল?
উত্তৰ: ৪
৩৯/’পাৰপুল ফেষ্ট ‘ অনুষ্ঠানটো মূলতঃ কোনটো গোটৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়?
উত্তৰ: বিশেষভাৱে সক্ষম
৪০/ ভাৰতত ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: ২৯ জুন
৪১/ ৰাষ্ট্ৰীয় চিকিৎসক দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: ১ জুলাই
৪২/ GST দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: ১ জুলাই
৪৩/ GST ৰ পিতৃ কোন?
উত্তৰ: অটল বিহাৰী বাজপেয়ী
৪৪/ ভাৰতীয় লোক – জনজাতীয় শিল্প প্ৰদৰ্শনী ‘ হুনাৰ ‘ শেহতীয়াকৈ ক’ত আৰম্ভ হৈছে?
উত্তৰ: ডুবাই
৪৫/ বিশ্বৰ প্ৰথমখন কাৰ্বনন ফাইবাৰ যাত্ৰীবাহী ৰে’ল ক’ত উন্মোচন কৰা হৈছে?
উত্তৰ: চীন
৪৬/ শেহতীয়াকৈ ‘ ডিক চুফ ‘ কোনখন দেশৰ নতুন প্ৰধানমন্ত্ৰী হৈ পৰিছে?
উত্তৰ: নেদাৰলেণ্ড
৪৭/ শেহতীয়াকৈ ভাৰতীয় সেনা আৰু কোনখন দেশৰ মাজত যৌথ সামৰিক অনুশীলন মৈত্ৰি আৰম্ভ হৈছে?
উত্তৰ: থাইলেণ্ড
৪৮/শেহতীয়াকৈ ‘ ইউনেস্কো বিশ্ব ঐতিহ্য সমিতি’ ৰ ৪৬ সংখ্যক অধিৱেশন ক’ত আয়োজন কৰিব?
উত্তৰ: ইণ্ডিয়া, ভাৰত মণ্ডপাম, নতুন দিল্লী
৪৯/ শেহতীয়াকৈ কোনে দশমবাৰৰ বাবে লিঅ’ন মাটাৰ দবা চেম্পিয়নশ্বিপ লাভ কৰিছে?
উত্তৰ: বিশ্বনাথ আনন্দ
৫০/ শেহতীয়াকৈ পুৰুষৰ T -20 অল ৰাউণ্ডাৰ ৰেংকিঙত কোনে শীৰ্ষস্থান দখল কৰিছে?
উত্তৰ: হাৰ্ডিক পাণ্ডিয়া
৫১/ বিশ্ব দুগ্ধ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: ১ জুন
৫২/ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কিমান ভোটাৰে অংশ লৈছিল?
উত্তৰ: ৬৪.২ কোটি
৫৩/ মোদী ৩.০ মন্ত্ৰীসভাত অসমৰ সৰ্বানন্দ সোণোৱালে কোন মন্ত্ৰণালয়ত শপত গ্ৰহণ কৰিলে?
উত্তৰ: জাহাজ, বন্দৰ আৰু জলপথ
৫৪/ মোদী ৩.০ মন্ত্ৰীসভাৰ মন্ত্ৰী পৰিষদত উত্তৰ প্ৰদেশৰ সৰ্বাধিক প্ৰতিনিধিত্ব আছে, উত্তৰ প্ৰদেশৰ পৰা কিমান মন্ত্ৰী আছে?
উত্তৰ: ১১
৫৫/ প্ৰেম সিং কোন ৰাজ্যৰ নতুন মন্ত্ৰী?
উত্তৰ: ছিকিম
৫৬/ ২০২৪ চনৰ শিশু শ্ৰমিক বিৰোধী বিশ্ব দিৱসৰ বিষয়বস্তু কি?
উত্তৰ: Let’s act on our committee: End child Labour
৫৭/২০২৪ চনৰ বিশ্ব ৰক্তদান দিৱসৰ বিষয়বস্তু কি?
উত্তৰ: 20 years of celebrating giving: Thank you Blood Doners
৫৮/ৰভিচন্দন অশ্বিনৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰ: ‘ I have the streets: A Kutti cricket story’
৫৯/ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:২১ জুন
৬০/ শেহতীয়াকৈ বাতৰিত দেখা পোৱা, গান্ধী সাগৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত?
উত্তৰ: মধ্যপ্ৰদেশ
৬১/ বিশ্বৰ সৰ্বোচ্চ তীখাৰ তোৰণ কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা ৰে’ল দলং?
উত্তৰ: চেনাব, জম্মু কাশ্মীৰ
৬২/ ২০২৪ চনৰ বিষ্ণুৰাভা বঁটা কাক প্ৰদান কৰা হয়?
উত্তৰ: দুৰ্লভ ভট্টাচাৰ্য
৬৩/ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কোনখন ৰাজ্যই সৰ্বাধিক ২ লাখ ভোট NOTA এ লাভ কৰিছে?
উত্তৰ: ইন্দোৰ, মধ্যপ্ৰদেশ
৬৪/ শেহতীয়াকৈ কোনখন দেশে প্ৰথম মহাকাশ সংস্থা আৰম্ভ কৰিছে আৰু ২০৪৫ চনৰ ভিতৰত মংগল গ্ৰহত অৱতৰণ কৰাৰ পৰিকল্পনা কৰিছে?
উত্তৰ: দক্ষিণ কোৰিয়া
৬৫/ ২০২৪ চনত BRICS গেম কোনখন চহৰত অনুষ্ঠিত হয়?
উত্তৰ: কাজান, ৰাছিয়া
৬৬/ ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ বিৰোধী দলৰ নেতা হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ: ৰাহুল গান্ধী
৬৭/১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ অধ্যক্ষ কোন?
উত্তৰ: ওম বিৰলা
৬৮/ ৰিয়ান পৰাগ কোনটো খেলৰ সৈতে জড়িত?
উত্তৰ: ক্ৰিকেট
৬৯/অসমৰ ক’ত ১২৫ ফুট দৈৰ্ঘ্যৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰা হৈছে?
উত্তৰ: যোৰহাট
৭০/ শেহতীয়াকৈ ভাৰতৰ নুমলীগড় শোধনাগাৰ লিমিটেড কোনখন দেশত প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় কাৰ্যালয়ৰ উদ্বোধন কৰিছে?
উত্তৰ: ঢাকা, বাংলাদেশ
৭১/ বিহাৰৰ কোন ঠাইত বিহাৰৰ দ্বিতীয়খন টাইগাৰ ৰিজাৰ্ভ স্থাপন কৰা হ’ব?
উত্তৰ : কাইমুৰ
৭২/ ভাৰতক মানৱ মহাকাশ উৰণ কাৰ্যসৃষ্টিৰ অংশীদাৰ দেশ হিচাপে ঘোষণা কৰা হৈছে, কোনটো সংস্থাই এই মহাকাশ কাৰ্যসূচী চম্ভালিছে?
উত্তৰ: SERA
৭৩/ SERA সম্পূৰ্ণ অৰ্থ কি?
উত্তৰ: Space Explo & Research Agency
৭৪/ হাত ভৰি আৰু মুখৰ ৰোগ কেনেধৰণৰ ৰোগ?
উত্তৰ: ভাইৰাছ
৭৫/; বাতৰিত দেখা পোৱা লিঅ’ন মাৰ্চাণ্ড কোন খেলৰ সৈতে জড়িত?
উত্তৰ : সাঁতোৰ
৭৬/ ভাৰতীয় সেনাৰ পৰৱৰ্তী মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছিল?
উত্তৰ: উপেন্দ্ৰ দ্বিবেদী
৭৭/; শেহতীয়াকৈ বাতৰিত দেখা পোৱা সুহেলৱা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত?
উত্তৰ: উত্তৰ প্ৰদেশ
৭৮/ শেহতীয়াকৈ বাতৰিত দেখা পোৱা যোশিনাথ অঞ্চল কোনখন ৰাজ্যত অৱস্থিত?
উত্তৰ: উত্তৰাখণ্ড
৭৯/ G -7 শীৰ্ষ সন্মিলন কোন দেশত আয়োজন কৰা হৈছে?
উত্তৰ: ইটালী
৮০/ কোনখন দেশত FIH হকী পুৰুষৰ জুনিয়ৰ বিশ্বকাপ ২০২৫ আয়োজন কৰা হয়?
উত্তৰ: ইণ্ডিয়া
৮১/ প্ৰকাশিত গ্লোবেল জেন্দাৰ গেপ ইন্দেক্স ২০২৪ ত ভাৰতৰ স্থান কিমান?
উত্তৰ: ১২৯
৮২/ শেহতীয়াকৈ ” জাপান ইণ্ডিয়া মেৰিতাইন অনুশীলন ২০২৪” ক’ত আয়োজন কৰা হৈছিল?
উত্তৰ: যুকোসুকা , জাপান
৮৩/ ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছে?
উত্তৰ: মোহন চৰণ মাঝি
৮৪/ ২০২৪ চনৰ Global Gender Gap Index ত কোনখন দেশে প্ৰথম স্থান লাভ কৰিছে?
উত্তৰ: আইছলেণ্ড
৮৫/ মৈত্ৰী সেতু কোনখন নদীৰ ওপৰত স্থাপন কৰা হৈছে?
উত্তৰ: ফেনি নদী
৮৬/ অন্ধ্ৰপ্ৰদেশৰ উপ- মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছিল?
উত্তৰ: পৱন কল্যাণ
৮৭/ ২০২৪ চনৰ জুন মাহত কোনবোৰ দেশৰ নৌসেনাৰ মাজত সামুদ্ৰিক অনুশীলন ( JIMEX ২৪) আয়োজন কৰা হৈছিল?
উত্তৰ: ইণ্ডিয়া আৰু জাপান
৮৮/ ‘অসমৰ সাহসী লাচিত বৰফুকন ‘ নামৰ শীৰ্ষক কিতাপখন কোনে লিখিছে ?
উত্তৰ: অৰূপ কুমাৰ দত্ত
৮৯/ ৬৩ সংখ্যক বড়ো সাহিত্য সভা অসমৰ ক’ত অনুষ্ঠিত কৰা হয়?
উত্তৰ: বকো, কামৰূপ
৯০/ অসম বিধানসভাত ২০২৪-২৫ চনৰ অসম বাজেট কোনে পৰিৱেশনত কৰিছে?
উত্তৰ: অজন্তা নেওগে
৯১/ ২০২৪-২৫ অসম বাজেটত উল্লেখ কৰা মৰ্মে কোনটো যোজনৰ অধীনত ২৫০০০ তীৰ্থযাত্ৰীক ৰাম মন্দিৰলৈ পঠোৱা হয়?
উত্তৰ: পুণ্য তীৰ্থ যোজনা
৯২/ অনুৰাগ সিং ঠাকুৰে খেলো ইণ্ডিয়া ইউনিভাৰ্চিতি গেমছ ক’ত আৰম্ভ কৰিছিল?
উত্তৰ: গুৱাহাটী, অসম
৯৩/” মুখ্যমন্ত্ৰী নিযুত মইনা”আঁচনি কিহৰ সৈতে জড়িত হৈ আছে?
উত্তৰ: উচ্চ শিক্ষা
৯৪/ শেহতীয়াকৈ কোনখন ৰাজ্য চৰকাৰে ইউনিছেফৰ সহযোগত দুৰ্যোগ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা ব্যৱস্থা (DRIMS) আৰম্ভ কৰিছে?
উত্তৰ: অসম
৯৫/ কোনটো ভূমিকম্পৰ ফলত চানডুবি হ্ৰদ গঠিত হৈছিল?
উত্তৰ: ১৮৯৭
৯৬/ কোনটো দিনত অসমত ছাত্ৰ দিৱস হিচাপে পালন কৰা হয়?
উত্তৰ: ৩১ মাৰ্চ
৯৭/ শেহতীয়াকৈ বাতৰিত দেখা পোৱা চানডুবি মহোৎসৱ কোনখন ভাৰতীয় ৰাজ্যত পালন কৰা হয়?
উত্তৰ: অসম
৯৮/ ২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতীয় দলটোৰ পতাকাবাহী কোন হ’ব?
উত্তৰ: অচান্ত সৰথ কমল
৯৯/ মালাবাৰ নৌসেনাৰ অনুশীলন কোনটো গোটৰ দেশৰ সৈতে ভাৰতৰ যৌথ অনুশীলন?
উত্তৰ: কোৱাদ

Assam Direct Recruitment 2024: E-BOOK in Assamese Medium

এইটো লিংকটোত ক্লিক কৰি  মাত্ৰ 99 টকাত বুকখন ক্ৰয় কৰিব পাৰিব।   :   Click Here

১০০/ পুৰুষৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ: গৌতম গম্ভীৰ
১০১/ মাহক ডেংগু বিৰোধী মাহ হিচাপে কেতিয়া পালন কৰা হয়?
উত্তৰ: জুলাই
১০২/ কাং উৎসৱ প্ৰতি বছৰে জুলাই মাহত কোনখন ভাৰতীয় ৰাজ্যত পালন কৰা হয়?
উত্তৰ: মণিপুৰ
১০৩/ শেহতীয়াকৈ ২০২৪ চনৰ ইউ পি এচ চি ৰ প্ৰাক পৰীক্ষাত যোগ্যতা অৰ্জন কৰা মেধাৱী ছাত্ৰ – ছাত্ৰীক সহায় কৰিবলৈ NiRMAN আঁচনি আৰম্ভ কৰা হৈছে, ই কোনটো সংস্থাৰ পদক্ষেপ?
উত্তৰ: Coal India Limited
১০৪/ ৰাজহুৱা খণ্ডৰ উদ্যোগ হিচাপে ‘Coal India Limited ‘ ৰ মৰ্যদা কি?
উত্তৰ: মহৰত্ন
১০৫/ জোৰাৱাৰ লাইট টেংকটো DRDO ই আন কোনটো কোম্পানীযৰ সহযোগত নিৰ্মাণ কৰিছে?
উত্তৰ: লাৰ্চেন আৰু তৌব্ৰ
১০৬/ ৩০ জুনত প্ৰতিদিনে উদযাপন কৰা হ’ল ক্ৰান্তি দিৱস ভাৰতৰ ইংৰাজৰ বিৰুদ্ধে জনজাতীয় বিদ্ৰোহৰ অন্যতম, কোনখন ৰাজ্যই এই দিৱস পালন কৰে?
উত্তৰ: ঝাৰখণ্ড
১০৭/ ২০২৪ চনৰ ৩ জুলাইৰ পৰা কোনখন দেশত নতুন মুদ্ৰাৰ নুট প্ৰৱৰ্তন কৰিবলৈ সাজু হৈছে ?
উত্তৰ: জাপান
১০৮/ কোন তাৰিখে ৰাষ্ট্ৰীয় চাটাৰ্ত একাউণ্টেণ্ট দিৱস পালন কৰা হয়?
উত্তৰ: জুলাই
১০৯/ ভাৰতৰ কোনটো সংস্থাই ভাৰতৰ জীৱ – জন্তু পৰীক্ষা তালিকা মুকলি কৰিছে?
উত্তৰ: Zoological Survey of India
১১০/ ২৭ জুলাইৰ পৰা আৰম্ভ হ’ব দুৰাণ্ড কাপ, কলকাতা আৰু কোকৰাঝাৰ আয়োজক, বাকী কোনখন চহৰ আয়োজক?
উত্তৰ: জামছেদপুৰ, শ্বিলং
১১১/ প্ৰতিবছৰে কেতিয়া ভান মহোৎসৱ পালন কৰা হয়?
উত্তৰ: জুলাইৰ প্ৰথম সপ্তাহত
১১২/ভান মহোৎসৱ কোনে প্ৰৱৰ্তন কৰিছিল?
উত্তৰ: কে এম্ মুন্সী
১১৩/ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত কোনখন বিশ্ববিদ্যালযয়ে বহুবিষয়ক গৱেষণা অনুদান লাভ কৰিছে?
উত্তৰ: ডিব্ৰুগড় বিশ্ববিদ্যালয়
১১৪/ শেহতীয়াকৈ RBI য়ে প্ৰজেক্টত যোগদান কৰিছে নেক্সাচ কি?
উত্তৰ: A cross border digital payment system
১১৫/নেক্সাছ প্ৰকল্পত ভাৰত আৰু ৪ খন দেশ জড়িত হৈ আছে, এইবোৰ কোনবোৰ দেশ?
উত্তৰ: মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ, থাইলেণ্ড
১১৬/ কোনখন দেশে আন্তঃৰাষ্ট্ৰীয় উত্তৰ দক্ষিণ পৰিবহণকাৰীৰ INSTC ৰ জৰিয়তে ভাৰতলৈ প্ৰথম কয়লাৰ চালান প্ৰেৰণ কৰিছে?
উত্তৰ: ৰাছিয়া
১১৭/ ২০০১ চনৰ জুন মাহত চীনে আন ৫ খন এছিয়ান ৰাষ্ট্ৰৰ সৈতে ছাংহাই সহযোগিতা সংস্থা গঠন কৰিছিল, এইটোৱে কোনবোৰ ৰাষ্ট্ৰক?
উত্তৰ: ৰাছিয়া, উজবেকিস্তান, কাজাখস্তান, তাজিকিস্তান, কিৰগিজস্তান
১১৮/ ভাৰত কেতিয়া SCO ৰ সদস্য হ’ল ?
উত্তৰ: ২০১৭
১১৯/ SCO ৰ চৰকাৰী ভাষা কি কি?
উত্তৰ: চাইনিজ, ৰাছিয়ান
১২০/ লাইভেবিলিটি সুচকাংকত কোনখন চহৰক বিশ্বৰ আটাইতকৈ বসবাসযোগ্য চহৰ হিচাপে গণ্য কৰা হৈছে?
উত্তৰ: ভিয়েনা, অষ্ট্ৰিয়া
১২১/ কোনখন চহৰক সূচকাংকত কম বয়সযোগ্য বুলি চিহ্নিত কৰা হৈছে?
উত্তৰ: ডেমাচকাচ, ছিৰিয়া
১২২/ সুচকাংক অনুসৰি ভাৰতৰ কোনখন চহৰ আটাইতকৈ বেছি বসবাসযোগ্য ?
উত্তৰ: দিল্লী, মুম্বাই
১২৩/ ৰুবিক কিউব কেতিয়া আৱিষ্কাৰ হৈছিল?
উত্তৰ: ১৯৭৪ চনত
১২৪/ মহিলা টেষ্ট ক্ৰিকেটাৰ ইতিহাসত কোনে সৰ্বাধিক দ্ৰুত দ্বৈত শতক অৰ্জন কৰিছিল?
উত্তৰ: চাফলি বৰ্মা
১২৫/ শেহতীয়াকৈ কাক সাহিত্য অকাডেমী ফেল’ শ্বিপেৰে সন্মানিত কৰা হৈছে?
উত্তৰ: ৰাস্কিন ব’ণ্ড
১২৬/ শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় দবা ফেডাৰেচনৰ দ্বাৰা কাৰ গ্ৰেণ্ডমাষ্টাৰৰ উপাধি প্ৰদান কৰিছিল?
উত্তৰ: বৈশালী ৰমেশ বাবু
১২৭/ দবা খেলত গ্ৰেণ্ডমাষ্টাৰ মৰ্যাদা লাভ কৰা প্ৰথম ভাৰতীয় ভাই – ভগ্নী কোন হৈ পৰিছে?
উত্তৰ: আৰ প্ৰাগনাননধা , বৈশালী ৰমেশ বাবু
১২৮/ ভাৰতে ২০২৫ চনৰ BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ কোন চহৰত আয়োজন কৰিব?
উত্তৰ: গুৱাহাটী
১২৯/ থমাছ আৰু উবেৰ কাপ কোনটো খেলৰ সৈতে জড়িত?
উত্তৰ: বেডমিন্টন
১৩০/ শেহতীয়াকৈ NADA ৰ দ্বাৰা কোনগৰাকী খেলুৱৈক নিলম্বন কৰা হৈছে?
উত্তৰ: বজ্ৰং পুনিয়া
১৩১/ চুলতান আজলান শ্বাহ ট্ৰফী কোনটো খেলৰ সৈতে জড়িত?
উত্তৰ: হকী
১৩২/ শেহতীয়াকৈ ভাৰতীয় সেনা আৰু পুনিত বলন গ্ৰুপে যৌথ ভাৱে ভাৰতৰ প্ৰথমমান সংবিধান উদ্যান ক’ত বিকশিত কৰিছে?
উত্তৰ: পুনে
১৩৩/ প্ৰেছ ফ্ৰিডম ইন্দেক্স ২০২৪ ত ভাৰতৰ স্থান কিমান?
উত্তৰ: ১৫৯
১৩৪/ আমূল, ২০২৪ চনৰ T-20 বিশ্বকাপত কোন দলৰ মুখ্য প্ৰযোজক হিচাপে পৰিগণিত হয়?
উত্তৰ: আমেৰিকা আৰু দক্ষিণ আফ্ৰিকা
১৩৫/ অসমৰ পৰা কোনগৰাকী ব্যক্তিৰ ২০২৪ চনৰ পদ্মশ্ৰী বঁটা প্ৰদান কাক প্ৰদান কৰা হৈছে?
উত্তৰ: অনুপমা হস্কেৰে
১৩৬/ আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংঘই মংগল গ্ৰহত উপস্থিত এটা গহ্বৰৰ নাম কাৰ নামেৰে ৰাখিছে?
উত্তৰ: অধ্যাপক দেবেন্দ্ৰলাল
১৩৭/ ২০২৪ চনত পুৰুষৰ T – 20 বিশ্বকাপৰ কোনটো সংস্কৰণ অনুষ্ঠিত হৈছে?
উত্তৰ: ৯
১৩৮/ নেলছন মেণ্ডেলা জীৱনযোৰা কৃতিত্ব বঁটাৰে সন্মানিত হোৱা প্ৰথমজন ব্যক্তি ভাৰতীয় কোন?
উত্তৰ: বিনোদ গণত্ৰ
১৩৯/ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৫৩ সংখ্যক GST পৰিষদৰ বৈষদ সভাপতিত্ব ক’ত কৰিছিল?
উত্তৰ: দিল্লী
১৪০/ শেহতীয়াকৈ কোনখন ৰাজ্যই ‘ জনতা ভৱন সৌৰ প্ৰকল্প ‘ উদ্বোধন কৰিছে?
উত্তৰ: অসম
১৪১/ভাৰতত ক’ত হেমিছ চেচু উৎসৱ উদযাপন কৰা হয়?
উত্তৰ: লাডাখ
১৪২/ স্বাধীনতা সংগ্ৰামী আৰু দেশৰ অন্যান্য প্ৰতীকৰ প্ৰতিমূৰ্ত্তিৰ বাবে সংসদ পৰিষদত কোনে প্ৰেৰণা স্থল উদ্বোধন কৰিছে?
উত্তৰ: জগদীপ ধনকাৰ
১৪৩/ FIDE অনুৰ্ধ্ব -২০ ছোৱালীৰ বিশ্ব চেম্পিয়নশ্বিপ লাভ কৰাচতুৰ্থ ভাৰতীয় কোন কোন হৈ পৰিছে?
উত্তৰ: দিব্যা দেশমুশ
১৪৪/কোনটো সম্প্ৰদায়ৰ দ্বাৰা মত্ৰাছ উৎসৱ পালন কৰা হয়?
উত্তৰ: আও
১৪৫/ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান সচিব কাক পুনৰ নিযুক্তি দিয়া হৈছে?
উত্তৰ: পি কে মিশ্ৰ
১৪৬/ শেহতীয়াকৈ কোনটো মহাকাশ সংস্থাই ‘ প্ৰভাহা ‘ নামৰ কম্পিউটেচনেল ফ্লুইড ডাইনেমিক্স (CFD) ছফ্টৱেৰ প্ৰস্তুত কৰিছে?
উত্তৰ: ISRO
১৪৭/ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান সচিব কাক পুনৰ নিযুক্তি দিয়া হৈছে?
উত্তৰ: পি কে মিশ্ৰ
১৪৮/SCO ত যোগদান কৰা দশম সদস্য কোনখন?
উত্তৰ: বেলাৰুচ
১৪৯/ ২৪ সংখ্যক SCO (Sanghai Cooperation Organization) কোনে অনুষ্ঠিত কৰিছে?
উত্তৰ: কাজাখস্তান (আস্তানা)
১৫০/দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ উৰণ প্ৰশিক্ষণ সংস্থা কোনখন ৰাজ্যত প্ৰতিষ্ঠা কৰা হ’ব ?
উত্তৰ: মহাৰাষ্ট্ৰ
১৫১/ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰে ?
উত্তৰ: হেমন্ত চোৰেন
১৫২/কোন গৰাকী ব্যক্তিক ১২ সংখ্যক বিশ্ব হিন্দী সন্মান প্ৰদান কৰা হৈছে?
উত্তৰ: ড° উষা ঠাকুৰ
১৫৩/শেহতীয়াকৈ ভাৰতৰ প্ৰথমটো চাডউইক হাৰ্ডছ: নেভিগেটিং অডিট হেৰিটেজ সংগ্ৰহালয় কোন স্থানত উদ্বোধন কৰা হৈছে?
উত্তৰ: চিমলা
১৫৪/ কোনটো ব্যাঘ্র সংৰক্ষিত বনাঞ্চলত বনজুইৰ বাবে প্ৰথম উন্নত AI ব্যৱস্থা আৰম্ভ কৰা হৈছে?
উত্তৰ: পেঞ্চ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল
১৫৫/ শেহতীয়াকৈ কাক নতুন ‘ উপ – ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ‘ হিচাপে নিযুক্তি দিয়া হৈছে?
উত্তৰ: টি ভি ৰবিচন্দ্রন
১৫৬/ শেহতীয়াকৈ কেন্দ্ৰীয় ৰেল’ৱেই ভাৰতৰ কোনটো হ্ৰদত ১০ MWp ক্ষমতাৰে প্ৰথমটো ভাসমান সৌৰ উদ্যোগ উদ্বোধন কৰিছে?
উত্তৰ: ইগাটপুৰী হ্ৰদ
১৫৭/ পেৰিছ ২০২৪ অলিম্পিক খেলত ভাৰতৰ বাবে চেফ – ডি – মিচন হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ: গগন নাৰাং
১৫৮/ ‘এক পেড় মা কে নাম ‘ অভিযানৰ অধীনত কোনখন ৰাজ্যৰ সাড়ে পাঁচ কোটি গছ ঘোষণা কৰা হ’ব ?
উত্তৰ: মধ্য প্ৰদেশ
১৫৯/ মহিলাৰ T-20 এছিয়া কাপ ২০২৪ ক’ত অনুষ্ঠিত হ’ব ?
উত্তৰ: শ্ৰীলংকা, ডামবুল্লা
১৬০/অহা বছৰৰ পৰা সংবিধান হত্যা দিৱস কোন তাৰিখে উদযাপন কৰা হ’ব ?
উত্তৰ: ২৫ জুন
১৬১/ গৌতম গম্ভীৰে পদ্মশ্ৰী বঁটা কেতিয়া লাভ কৰে?
উত্তৰ: ২০১৯ চনত
১৬২/বিশ্ব জনসংখ্যা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: ১১ জুলাই
১৬৩/ৰাষ্ট্ৰীয় মাছ কৃষক দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:১০ জুলাই
১৬৪/মাউণ্ট এটনাৰ সক্ৰিয় আগ্নেয়োগীৰিৰ স্থান ক’ত হয়?
উত্তৰ: ইউৰোপ
১৬৫/ শেহতীয়াকৈ ভাৰতৰ ৩৫ সংখ্যক বৈদেশিক সচিব হিচাপে কোনে নিযুক্তি লাভ কৰিছে?
উত্তৰ: বিক্ৰম মিশ্ৰি
১৬৬/ শেহতীয়াকৈ বাতৰিত উল্লেখ কৰা ‘ ভল্ট টাইফুন ‘ কি?
উত্তৰ: এটা চাইবাৰ হেকিং গ্ৰুপ
১৬৭/শেহতীয়াকৈ কোনটো সংস্থাই ‘ গ্লোবেল ফুড পলিচি ৰিপোৰ্ট ‘ ২০২৪ প্ৰকাশ কৰিছে?
উত্তৰ: IFPRI
১৬৮/শেহতীয়াকৈ বাতৰিত দেখা পোৱা মাতাৰ্ণ্ড সূৰ্য্য মন্দিৰ কোনখন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলত অৱস্থিত?
উত্তৰ: জম্মু আৰু কাশ্মীৰ
১৬৯/ মানুহৰ দ্বাৰা সংক্ৰমিত ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ কোন জাতৰ মাছ ব্যৱহাৰ কৰা হয়?
উত্তৰ: গাম্বুচিয়া মাছ
১৭০/শেহতীয়াকৈ ভাৰতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে কোনখন দেশৰ সৈতে INDIA ষ্টক ৰ ভাগ বতৰা কৰাত সহযোগিতা কৰিব?
উত্তৰ: পপুৱা নিউ গুইনিয়া
১৭১/নামদা এক প্ৰকাৰৰ ৰোগ, কোনখন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগত জড়িত?
উত্তৰ: জম্মু কাশ্মীৰ
১৭৩/ফৌজদাৰী বিধি সংহিতাৰ কোনটো ধাৰাত এগৰাকী মুচলমান মহিলাই স্বামীৰ পৰা ভৰণ পোষণৰ অধিকাৰী?
উত্তৰ: চেকচন ১২৫
১৭৪/ ___ লৈ যুগান্তকাৰী অৱদানৰ বাবে বৃন্দা কাশ্যপে UNESCO ৰ মানুহ আৰু জৈৱমণ্ডল কাৰ্যসূচীৰ আন্তঃৰাষ্ট্ৰীয় সমন্বয়ক পৰিষদৰ পৰা লাভ কৰে?
উত্তৰ: ৰাইন’ কনজাৰভেচন
১৭৫/ শ্ৰী জগন্নাথ পুৰী মন্দিৰ পোনপ্ৰথমে কোনে নিৰ্মাণ কৰিছিল?
উত্তৰ: ইন্দ্ৰদুমন্য, মালৱা কিং
১৭৬/ শ্ৰী জগন্নাথ পুৰী মন্দিৰ ক’ত অৱস্থিত
উত্তৰ: উৰিষ্যা
১৭৭/ ব্লেক পাগুৰা বুলি কাক কোৱা হয়?
উত্তৰ: কনাৰ্ক টেম্পল
১৭৮/ শ্ৰী জগন্নাথ পুৰী মন্দিৰক কি বুলি জনা যায়?
উত্তৰ: হোৱাইট পাগুৰা
১৭৯/ ইৰাণৰ নতুন ৰাষ্ট্ৰপতি কোন?
উত্তৰ: মসৌদ পেজেশ্কীয়ান
১৮০/ ইৰাণৰ ৰাজধানী কি?
উত্তৰ: তেহৰাণ
১৮১/ ইৰাণৰ মুদ্ৰা কি?
উত্তৰ: ইৰানিয়ান ৰিয়া
১৮২/ আইন বিবাহ আইন কোন ধৰ্মৰ লগত জড়িত?
উত্তৰ: শিখ ধৰ্ম
১৮৩/ কোনটো শাখাৰ বাবে ইয়াৰলোছলাভা মহুচিশে নতুন মহিলাৰ বিশ্ব অভিলেখ গঢ়িলে?
উত্তৰ: হাই জাম্প
১৮৪/ মালানা দিৱস আৰু মোনা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: ১২ জুলাই
১৮৫/ অসমত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনখন আঁচনিৰ অধীনত বিনামূলীয়া নামভৰ্তিৰ বাবে ৬৮.৪৪ কোটি টকা বিতৰণ কৰে?
উত্তৰ: প্ৰজ্ঞান ভাৰতী আঁচনি
১৮৬/ কোন বছৰত গেলেন্ত্ৰীয়ে অশোক শ্ৰেণী – I, অশোক চক্ৰ শ্ৰেণী – দ্বিতীয় আৰু বিত্তীয় অশোক চক্ৰ শ্ৰেণী – তৃতীয় ক্ৰমে অশোক চক্ৰ : কীৰ্তি চক্ৰ আৰু সৌৰীয়া চক্ৰ নামেৰে নামাকৰণ কৰে?
উত্তৰ: ১৯৫০, ২৬ জানুৱাৰীত
১৮৭/ কোনখন ৰাজ্যই ২০২৪ চনৰ শ্ৰেষ্ঠ কৃষি ৰাজ্যিক বঁটা লাভ কৰে?
উত্তৰ: মহাৰাষ্ট্ৰ

 

Current Affairs Assamese – Assam Current Affairs 2024 With GK

 

 

পৃথিৱীৰ বিভিন্ন দেশৰ মুদ্ৰা আৰু ৰাজধানীৰ নাম – Country, Capital and Currency | GK for ADRE Exam 2024

 

 

Assam GK Quiz and Questions – Assam Competitive Exam

 

Leave a Reply