Current Affairs Assamese – Assam Current Affairs 2024 With GK

CURRENT AFFAIRS 2024

১/ ২০২৪ চনৰ বিশ্ব কৰ্কট ৰোগ দিৱসৰ বিষয়বস্তু কি?
উত্তৰ: Close the care Gap
২/কেন্দ্ৰীয় চৰকাৰে ‘ লাখপতি দিদী যোজনাৰ লক্ষ্য কিমান বৃদ্ধি কৰিছে?
উত্তৰ: ৩ কোটি
৩/ ভাৰত-ম্যানমাৰ সীমান্তৰ দৈৰ্ঘ্য কিমান যে ভাৰতে বেৰ দিয়াৰ পৰিকল্পনা কৰিছে?
উত্তৰ: ১৬৪৩ কিলোমিটাৰ
৪/ শেহতীয়াকৈ সৰ্বানন্দ সোণোৱালে উত্তৰ-পূৱৰ বাবে জলপথ প্ৰকল্প আৰম্ভ কৰিছে। প্ৰকল্পটোৰ মূল কিমান নিৰ্ধাৰণ কৰিছে?
উত্তৰ: ৩০৮ কোটি
৫/ মহিলাসকলৰ সুৰক্ষাৰ বাবে ২৪ ঘণ্টীয়া জৰুৰীকালীন হেলপলাইন সেৱা নম্বৰটো কি?
উত্তৰ: ১১২
৬/ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনিয়াকৈ অসম ভ্ৰমণ কৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্ভাৱন কৰে, যাৰ মূল্য কিমান আছিল?
উত্তৰ:১১৬০০ কিলোমিটাৰ
৭/ মিচিং যুৱ মহোৎসৱ ২০২৪ ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ: কাৰেং চাপৰি
৮/শেহতীয়াকৈ চন্দ্ৰত সফলতাৰে অৱতৰণ জাপানৰ লেণ্ডাৰটোৰ নাম কি?
উত্তৰ: SILM (Smart Lander for Investigation Moon)
৯/২৩ জানুৱাৰী,২০২৪ তাৰিখে বায়ুসেনাৰ সৈতে প্ৰকাৰে চাইট ডেজাৰ্ত নাইট কোন কেইখন দেশৰ সৈতে অনুষ্ঠিত কৰে?
উত্তৰ: ভাৰত, ফ্ৰান্স, সংযুক্ত আৰৱ আমিৰশ্বাহী
১০/শেহতীয়াকৈ ফৰ্বছৰ এক প্ৰতিবেদন অনুসৰি বিশ্বৰ আটাইতকৈ শক্তিশালী হ্ৰদ কোনটো?
উত্তৰ: কুৱেইট ডিনাৰ
১১/ ২০২৪ বৰ্ষৰ শিল্পী বঁটা কাক প্ৰদান কৰা হয়?
উত্তৰ: যশস্বী কণ্ঠশিল্পী মনিষা হাজৰিকা
১২/ ২০২৪ বৰ্ষৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা কাক প্ৰদান কৰা হয়?
উত্তৰ: প্ৰবীণ সাংবাদিক বীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী
১৩/শেহতীয়াকৈ চৰ্চাত থকা পুংগানুৰ গৰু কোনখন ৰাজ্যত পোৱা গৈছে?
উত্তৰ: অন্ধ্ৰপ্ৰদেশ
১৪/ কোনটো সংস্থাৰ দ্বাৰা বিশ্ব কৰ্কট ৰোগ দিৱস পালন কৰা হয়?
উত্তৰ: বিশ্ব স্বাস্থ্য সংস্থা WHO(World Health Organization)
১৫/ বিশ্ব জলাশয় দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ: ২ ফেব্ৰুৱাৰী
১৬/ শেহতীয়াকৈ কোনে নৱমবাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল?
উত্তৰ: নীতিশ কুমাৰ
১৭/২০২৪ বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা কোনজন ব্যক্তিক প্ৰদান কৰা হয়?
উত্তৰ: বিশিষ্ট পণ্ডিত গৱেষক ড° প্ৰদীপজ্যোতি মহন্ত
১৮/ চ্যু-কা-ফা বঁটা ২০২৪ কাক প্ৰদান কৰা হয়?
উত্তৰ: বিশিষ্ট সাংবাদিক সাহিত্যিক বীৰেন্দ্ৰ নাথ বেজবৰুৱা
১৯/ ২০২৪ নটসূৰ্য্য ফণী শৰ্মা কাক প্ৰদান কৰা হয়?
উত্তৰ: অভিনেত্ৰী চেতনা দাস
২০/ অন্তোদ্য় অন্ন যোজনা কাক সহায় কৰিবৰ বাবে আৰম্ভ কৰিছিল?
উত্তৰ: দুখীয়াৰ ভিতৰত আটাইতকৈ দুখীয়াসকলক সহায় কৰিবৰ বাবে
২১/ ১৬ নং বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ: অৰবিন্দ পানাগৰীয়া
২২/ শেহতীয়াকৈ কোন গৰাকী মুখ্যমন্ত্ৰীক ধন সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে?
উত্তৰ: হেমন্ত সোৰেন
২৩/ ৬৯ সংখ্যক Filmfare awards ২০২৪ শ্ৰেষ্ঠ ছবি কোনখন?
উত্তৰ: 12th Fail
২৪/ শেহতীয়াকৈ ভাৰতীয় সেনাবাহিনীৰ প্ৰথম মহিলা চুবেদাৰ কোনগৰাকী হৈ পৰিছে?
উত্তৰ: প্ৰীতি ৰজক
২৫/৬৯ সংখ্যক Filmfare awards ২০২৪ শ্ৰেষ্ঠ অভিনেতা কোন?
উত্তৰ: ৰণবীৰ কাপুৰ
২৬/ ২০২৪ চনৰ গ্ৰেমী বঁটাত কোনটো এলবামে ‘শ্ৰেষ্ঠ গ্লবেল মিউজিক এলবাম বঁটা’ লাভ কৰিছে?
উত্তৰ: “This moment”, Sakti
২৭/ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপনত বিচাৰকৰ পছন্দৰ শাখাত কোনখন ৰাজ্যৰ প্ৰতীকপদে প্ৰথম স্থান লাভ কৰে?
উত্তিৰ: উৰিষ্যা
২৮/ ৰাম মন্দিৰৰ গৰ্ভগৃহ আৰু প্ৰৱেশদ্বাৰ কিমানতা মণ্ডপেৰে গঠিত?
উত্তৰ: ৫ টা
২৯/ ৰাম মন্দিৰৰ কাৰণে ভূমি পূজন কেতিয়া কৰা হৈছিল?
উত্তৰ: ৫ আগষ্ট,২০২০
৩০/ ৰাম মন্দিৰ কেতিয়া উদ্ধোধন কৰা হয়?
উত্তৰ: ২২ জানুৱাৰী,২০২৪
৩১/ অযোধ্যাৰ ওচৰত বৈ যোৱা পবিত্ৰ নৈখনৰ নাম কি?
উত্তৰ: সৰযু
৩২/ প্ৰধামন্ত্ৰী সূৰ্যোদয় আঁচনি কিহৰ লগ জড়িত?
উত্তৰ: সৌৰশক্তি
৩৩/ কোনখন চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা পঞ্চমখন দেশ হৈ পৰিছে?
উত্তৰ: জাপান
৩৪/ কোনখন দেশত তামাং জনগোষ্ঠীয়ে ‘সোনাম লোচাৰ’ উদযাপন কৰে?
উত্তৰ: নেপাল
৩৫/ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে কোনে শপত গ্ৰহণ কৰিছিল?
উত্তৰ: ন্যায়াধীশ বিজয় বিষ্ণই
৩৬/নিৰ্মলা সীতাৰমনে ২০২৪ চনত কেন্দ্ৰীয় বাজেট দাখিল কৰিছিল। তেওঁ এইবাৰ কিমান সংখ্যক বাজেট পৰিৱেশন কৰিছে?
উত্তৰ: ৬ সংখ্যক
৩৭/ ২০২৪-২০২৫ চনৰ বাজেটত কোনটো শ্ৰেণীয়ে সৰ্বাধিক ব্যয় কৰিছে?
উত্তৰ: প্ৰতিৰক্ষা বিভাগ
৩৮/ কোনখন ৰাজ্যই ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱসত নতুনকৈ ৰাজ্যিক গীত প্ৰকাশ কৰিছে?
উত্তৰ: মেঘালয়
৩৯/ ২০২৪ চনত গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ মুখ্য অতিথি কোন আছিল?
উত্তৰ: ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন
৪০/ ৬৩ সংখ্যক বড়ো সাহিত্য-সভা অসমৰ ক’ত অনুষ্ঠিত হৈছিল?
উত্তৰ: বকো
৪১/ ৬৩ সংখ্যক বড়ো সাহিত্য-সভাৰ সভাপতি কোন আছিল?
উত্তৰ: সুৰথ নাৰ্জাৰী
৪২/ শেহতীয়াকৈ কোনখন ৰাষ্ট্ৰীয় উদ্যানত এটা বিৰল সোণালী বাঘ দেখা গৈছে?
উত্তৰ: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
৪৩/ কোন বছৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ে অযোধ্যা বিবাদৰ ৰায় দিছিল?
উত্তৰ: ২০১৯ চনত
৪৪/ অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ ভাস্কৰ্য শিল্পীসকল কোন কোন আছিল?
উত্তৰ: অৰুণ যুগীৰাজ ( মহীশূৰ), গণেশ ভট আৰু সত্যনাৰায়ন পাণ্ডে

Assam Direct Recruitment 2024: E-BOOK in Assamese Medium

এইটো লিংকটোত ক্লিক কৰি  মাত্ৰ 99 টকাত বুকখন ক্ৰয় কৰিব পাৰিব।   :   Click Here

 

৪৫/ ৰাম মন্দিৰ নিৰ্মাণৰ মুখ্য স্থপতি কোন ?
উত্তৰ: চন্দ্ৰকান্ত সোমপুৰা আৰু তেওঁৰ দুজন পুত্ৰ নিখিল সোমপুৰা আৰু আশীষ সোমপুৰা
৪৬/ৰাম মন্দিৰ কিহৰ ষ্টাইলত নিৰ্মাণ কৰা হৈছে?
উত্তৰ: নাগাৰা
৪৭/শেহতীয়াকৈ উত্তৰ পূব ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই প্ৰথম স্থান কৰিছে?( জল জীৱন মিছনৰ অধীনত হৰ ঘৰ জলৰ ১০০% চেতুৰেচন )
উত্তৰ: অৰুণাচল প্ৰদেশ
৪৮/ কোন ৰাজ্যই ১ লাখ টকাৰ সুতমুক্ত ঋণ প্ৰদান কৰিব ‘স্বয়ম’ আচঁনিৰ অধীনত যুৱক-যুৱতীক ১ লাখ টকা?
উত্তৰ: উৰিষ্যা
৪৯/ বিশ্বৰ প্ৰথম কাঠৰ উপগ্ৰহটোৰ নাম কি?
উত্তৰ: Ligno Salt
৫০/ কোনজন ভাৰতীয় বায়ুসেনাৰ পাইলতক গগনিয়ান মহাকাশ অভিযানৰ বাবে মহাকাশচাৰী হিচাপে নিযুক্ত দিয়া হৈছে ?
উত্তৰ: ওইং কমাণ্ডাৰ শুভান্সু শুক্লা
৫১/ ভাৰতৰ কোনখন ৰাজ্যই আনুষ্ঠানিকভাৱে কাজী নেমুক ‘ৰাজ্যিক ফল’ হিচাপে ঘোষণা কৰিছে?
উত্তৰ: অসম
৫২/ হেমন্ত সোৰেণৰ পদত্যাগৰ পিছত ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী কোন?
উত্তৰ: চম্পাই সোৰেণ
৫৩/ ৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ: ১৩ ফেব্ৰুৱাৰী
৫৪/ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰ: ৮ মাৰ্চ
৫৫/ কোনে দেশৰ সৰ্বোচ্চ অসামৰিক ‘সন্মান’ ৰত্ন ২০২৪ মৰণোত্তৰভাৱে লাভ কৰিছে?
উত্তৰ: চৌধাৰি চৰণ সিং, পি ভি নৰসিংহ ৰাও , এম এছ স্বামীনাথন
৫৬/ শেহতীয়াকৈ কোনখন ভাৰতীয় ৰাজ্যৰ বিধানসভাই স্বাধীন ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ইউনিফৰ্ম চিভিল কোড গৃহীত কৰিছে?
উত্তৰ: উত্তৰাখণ্ড
৬০/ দেশৰ প্ৰথমটো ৰাষ্ট্ৰীয় এপিগ্ৰাফি সংগ্ৰহালয় ক’ত স্থাপন কৰা হৈছে?
উত্তৰ: হাইদৰাবাদ
৬১/ ৫৮ সংখ্যক জ্ঞানপীঠ বঁটা কাক প্ৰদান কৰা হৈছে?
উত্তৰ: গুলজাৰ, জগতগুৰু ৰামভটাচাৰ্য
৬২/ ‘ Swallowing the Sum’ নামৰ কিতাপখনৰ লেখক কোন?
উত্তৰ: লক্ষ্মী মুৰ্দেশ্বৰ পুৰী
৬৩/ ২০২৪ চনৰ বেডমিন্টন এছিয়া টিম চেম্পিয়নশ্বিপত ভাৰতীয় মহিলা দলটোৱে কি পদক লাভ কৰিছিল?
উত্তৰ: সোণৰ পদক
৬৪/ ভাৰতত কেতিয়া কেন্দ্ৰীয় আবকাৰী দিৱস পালন কৰা হয়? ২৪ ফেব্ৰুৱাৰী
৬৫/ ভাৰত-শ্ৰীলংকা-মালদ্বীপৰ আৰু ১৬ সংখ্যক সংস্কৰণৰ ত্ৰিপাক্ষিক অনুশীলন দোস্তি হ্ৰদৰ স্থান ক’ত?
উত্তৰ: মেলে
৬৬/ ‘ সুদৰ্শন সেতু’ দলঙে কোন দুটা স্থান সংযোগ কৰে?
উত্তৰ: বেইত দ্বাৰকা আইলেণ্ড আৰু ওখা
৬৭/ ভাৰতৰ নতুন লোকপাল হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ: ন্যায়াধীশ এ এম খানওইলকাৰ
৬৮/ উত্তৰাখণ্ডত উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা কোন?
উত্তৰ: ন্যায়াধীশ ঋতু বাহৰি
৬৯/ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ইউ এ ই ৰ কোনখন চহৰত বোচানৱাসী অক্ষৰ পুৰুোষোত্তম স্বামীনাথন সংস্থা (BAPS) মন্দিৰ উদ্ধোধন কৰে?
উত্তৰ: আবু ধাবি
৭০/ PM Surjya Ghar: Muft Bijli Yojna ৰ অধীনত প্ৰতিমাহে ঘৰে ঘৰে কিমান ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰা হয়?
উত্তৰ: ৩০ ইউনিট
৭১/নিৰ্বাচনী বণ্ড আঁচনি সন্দৰ্ভত উচ্চতম ন্যায়ালযৰ ৰায়ত সংবিধানৰ কোনটো অনুচ্ছেদ উলংঘা বুলি ঘোষণা কৰা হৈছিল?
উত্তৰ: অনুচ্ছেদ ১৯(১)(a)
৭২/ভাৰতীয় উপকূলৰক্ষী দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ: ১ ফেব্ৰুৱাৰী
৭৩/ BAPS ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰ: Bochasanwasi Akshar Purushottam Swaminarayan Sanstha
৭৪/ ভাৰতৰ মুঠ ৰামচাৰ স্থানৰ সংখ্যা কিমান?
উত্তৰ: ৮০
৭৫/ ভাৰতৰ কোনখন ৰাজ্যই থানথাই পেৰিয়াৰ বন্যপ্ৰাণী অভয়াৰণ্য স্থাপনৰ কথা ঘোষণা কৰিছে?
উত্তৰ: তামিলনাডু
৭৬/ শেহতীয়াকৈ One day International (ODI s) এদিনীয়াত দুটা শতক
অৰ্জন কৰা প্ৰথমজন ক্ৰিকেটাৰ কোন?
উত্তৰ: Pathum Nissanka
৭৭/ খেলো ইণ্ডিয়া শীতকালীন গেমছ ২০২৪ ৰ বাবে কি মাস্কট ?
উত্তৰ: স্নৌ লিওপাৰ্ড (শীন- ই চি)
৭৮/ ফিফা বিশ্বকাপ ২০২৬ কোনবোৰ দেশৰ সংযোগত আয়োজন কৰা হৈছে?
উত্তৰ: ইউ এছ এ, কানাডা, মেক্সিকো
৭৯/কোনটো সংস্থাই SARVATRA ভাৰতীয় সেনাৰ মোবাইল ব্ৰীজ চিষ্টেম তৈয়াৰ কৰিছিল?
উত্তৰ: Armanent and combat Engineering Systems (ACE)
৮০/ বিশ্ব ব্যৱসায় সংস্থা (WTO) ৰ ত্ৰয়োদশ মন্ত্ৰী সন্মিলন ক’ত অনুস্থিত হয়?
উত্তৰ: আবু ধাবি, ইউ এ ই
৮১/ গণতন্ত্ৰ দিৱসৰ পেৰেড ২০২৪ ৰ বাবে শ্ৰেষ্ঠ মাচিং কণ্টিজেণ্ট আৰু প্ৰতিকপদ বঁটা পোৱা প্ৰথম, দ্বিতীয়, তৃতীয় ৰাজ্য কেইখন কি কি?
উত্তৰ: প্ৰথম – উৰিষ্যা , দ্বিতীয় – গুজৰাট, তৃতীয়- তামিলনাডু
৮২/ জীৱ-জন্তুৰ বাবে প্ৰথমখন চিকিৎসালয় কোনখন ৰাজ্যত খোলা হ’ব ?
উত্তৰ: মহাৰাষ্ট্ৰ
৮৩) প্ৰত্যেক বছৰে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰ:২১ ফেব্ৰুৱাৰী
৮৪/২০২৪ ত এছিয়ান ইন্দোৰ এথলেটিক্স চেম্পিয়নশ্বিপত ভাৰতে কিমান পদ লাভ কৰিছিল?
উত্তৰ: ৪
৮৫/দাদা চাহেব ফাল্কে বঁটা ২০২৪ ত কোনখন চলচিত্ৰই “সৰ্বশ্ৰেষ্ঠ চলচিত্ৰৰ বঁটা”লাভ কৰিছে?
উত্তৰ: জাৱান
৮৬/কোনজন কেন্দ্ৰীয় মন্ত্ৰীয়ে ‘ ৰাষ্ট্ৰীয় উদ্যমিতা বিকাশ পৰিযোজনা’ৰ শুভাৰম্ভ কৰিছিল?
উত্তৰ: ধৰ্মন্দ্ৰে প্ৰধান
৮৭/২০২৪ চনৰ পেৰিছ অলিম্পিকত ভাৰতৰ পতাকাবাহী হিচাপে কোনে নিৰ্বাচিত হৈছে?
উত্তৰ: সৰথ কমল
৮৮/ চতুৰ্থ চাহাই সহযোগিতা সংস্থা ষ্টাৰ্টআপ মঞ্চ ক’ত আয়োজন কৰা হৈছিল?
উত্তৰ: নতুন দিল্লী
৮৯/ ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট ২০২৪ অনুসৰি বিশ্বৰ কোনখন দেশ আটাইতকৈ সুখী?
উত্তৰ: ফিনলেণ্ড
৯০/ষ্টাৰ্ট-আপ মহাকুম্ভ’ ক’ত আয়োজন কৰা হৈছে?
উত্তৰ: নতুন দিল্লী
৯১/ কোনটো ডলে ৰঞ্জী ট্ৰফী ২০২৪ খিতাপ দখল কৰিছিল?
উত্তৰ: মুম্বাই
৯২/ মহিলাসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে কাৰ সৈতে গ্ৰামোন্নয়ন মন্ত্ৰালয়ে চুক্তি স্বাক্ষৰ কৰিছে?
উত্তৰ: নীতি আয়োগ
৯৩/ শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ নতুন সদস্য কোন?
উত্তৰ: চিলে
৯৪/ ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে কোনখন দেশৰ সৈতে ‘Sea Defenders-২০২৪ আয়োজন কৰিব?
উত্তৰ: আমেৰিকা
৯৫/ শেহতীয়াকৈ বাতৰিত দেখা পোৱা কুলছেকাৰ পট্টিনাম মহাকাশ বন্দৰ কোনখন ৰাজ্যত অৱস্থিত?
উত্তৰ: তামিলনাডু
৯৬/ শেহতীয়াকৈ বাতৰিত দেখা পোৱা ‘ইভি উপযোগ’ পৰ্টেল কোনখন ৰাজ্য চৰকাৰৰ সৈতে জড়িত?
উত্তৰ: উত্তৰ প্ৰদেশ
৯৭/ SCO সম্পূৰ্ণ ৰূপটো কি?
উত্তৰ: Shanghai Cooperation Organisation
৯৮/শেহতীয়াকৈ মুক্তি পোৱা ‘ভাৰত কিয় গুৰুত্বপূৰ্ণ’ শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন?
উত্তৰ: এছ জয়সংকৰ
৯৯/পাবলো পিকাচো কোনখন দেশৰ এজন বিখ্যাত চিত্ৰশিল্পী আছিল?
উত্তৰ: স্পেইন
১০০/২০২৪ চনৰ মহিলা একক ইণ্ডিয়ান অ’পেনৰ খিতাপ কোনগৰাকী খেলুৱৈয়ে লাভ কৰিছিল?
উত্তৰ: টাই যো য়িং
১০১/শেহতীয়াকৈ বাতৰিত দেখা পোৱা ‘Electricity 2024’ প্ৰতিবেদন কোনটো সংস্থাই প্ৰকাশ কৰিছে?
উত্তৰ:IEA( International Energy Agency)
১০২/ শেহতীয়াকৈ প্ৰসাৰ ভাৰতীয় নতুন অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে?
উত্তৰ: নভনীত কুমাৰ সেহগল

Leave a Reply