Assamese quiz questions – quiz Questions and Answers 2023

gk কুইজ assamese | বিজ্ঞান কুইজ | অসমীয়া কুইজ ২০২৩ অসম কুইজ | Assam Quiz | অসমীয়া ভাষাত অসম কুইজ। Assamese Language Assam Quiz | General knowledge: Assam State Quiz | Assamese GK – অসমীয়া বিজ্ঞান

 quiz questions Answers

Quiz questions Answers

১/ব্লিচিং পাউদাৰৰ ৰাসায়নিক নাম কি?
উত্তৰ: কেলছিয়াম ক্লোৰ’ হাইপ’ক্লৰাইড।
২/ছ’ডা পানীত কি এছিড থাকে?
উত্তৰ: কাৰ্বলিক এছিড।
৩/বিশ্বৰ আটাইতকৈ গধুৰ মৌলবিধ কি?
উত্তৰ: ইউৰেনিয়াম।
৪/ দৈ গাখীৰত সৃষ্টি হোৱা এছিডবিধ কি?
উত্তৰ: লেকটিক এছিড।
৫/পানীতকৈও পাতল ধাতুবিধ কি?
উত্তৰ: ছোডিয়াম।
৬/পৃথিৱীৰ সকলো শক্তিৰ উৎস কি?
উত্তৰ: সূৰ্য।
৭/পদাৰ্থৰ চতুৰ্থ অৱস্থাটোৰ নাম কি?
উত্তৰ: প্লাজমা।
৮/আটাইতকৈ গধুৰ মৌলিক পদাৰ্থবিধৰ নাম কি?
উত্তৰ: আছমিয়াম।
৯/আটাইতকৈ পাতল মৌলটো কি?
উত্তৰ: হাইড্ৰ’জেন।
১০/আটাইতকৈ সক্ৰিয় ধাতুটো কি?
উত্তৰ: পটাছিয়াম।
১১/দহনত সহায়কাৰী বায়ুৰ উপাদানটো কি?
উত্তৰ: অক্সিজেন।
১২/কিহৰ উপস্থিতিৰ বাবে মাটিৰ বৰণ ৰঙা হয়?
উত্তৰ: আইৰণ।
১৩/অগ্নি নিবাৰক যন্ত্ৰত ব্যৱহাৰ কৰা গেছ বিধৰ নাম কি?
উত্তৰ: কাৰ্বন-ডাই-অক্সাইড।
১৪/বিশ্ব ব্ৰহ্মাণ্ডত প্ৰচুৰ পৰিমাণে উপলব্ধ হোৱা মৌলটো কি?
উত্তৰ: হাইড্ৰ’জেন।
১৫/পৃথিৱীৰ খোলাটোত সৰ্বাধিক পৰিমাণে উপলব্ধ ধাতুটোৰ নাম কি?
উত্তৰ: এলুমিনিয়াম।
১৬/উৰাজাহাজৰ অংশ নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা সংকৰ ধাতুবিধ কি?
উত্তৰ: ডুৰ এলুমিন।
১৭/আটাইতকৈ বেছি বিদ্যুৎ ঋণাত্মক মৌলটো কি?
উত্তৰ: ফ্ল’ৰিণ।
১৮/পানীত অদ্ৰৱনীয় যৌগটো কি?
উত্তৰ: নেফথেলিন।
১৯/পাৰৰ অন্য এটা নাম কি?
উত্তৰ: কুইক ছিলভাৰ।
২০/মুক্ত অৱস্থাত পোৱা ধাতুটোৰ নাম কি?
উত্তৰ: গ’ল্ড ।
২১/তাপৰ সুপৰিবাহী যথেষ্ট অধাতুটো কি?
উত্তৰ: হাইড্ৰ’জেন ।
২২/ধাতুৰ সক্ৰিয়তা শ্ৰেণীৰ আটাইতকৈ কম সক্ৰিয় ধাতুটোৰ নাম কি?
উত্তৰ: প্লেটিনাম।
২৩/আটাইতকৈ বিষাক্ত গেছবিধ কি?
উত্তৰ: কাৰ্বন মনোক্সাইড ।
২৪/মানুহৰ হাড়ত সঞ্চিত হৈ থকা পদাৰ্থবিধ কি?
উত্তৰ: কেলছিয়াম।
২৫/এজন প্ৰাপ্তবয়স্ক মানুহৰ দেহত কিমানডাল হাড় থাকে?
উত্তৰ: ২০৬ডাল।
২৬/মানুহৰ দেহৰ আটাইতকৈ দীঘল হাড়ডাল কি?
উত্তৰ: উৰ্বস্থি।
২৭/মানুহৰ দেহৰ আটাইতকৈ টান হাড়ডাল কি?
উত্তৰ: হনু অস্থি।
২৮/ মানৱ দেহৰ আটাইতকৈ কঠিন পদাৰ্থবিধ কি?
উত্তৰ: দাঁতৰ এনামেল।
২৯/মানুহৰ শ্বাস- প্ৰশ্বাসৰ স্বাভাৱিক হাৰ কি?
উত্তৰ: প্ৰতি মিনিটত ২০ বাৰ।
৩০/কি ভিটামিনৰ অভাৱত মানুহে কুকুৰিকণা হয়?
উত্তৰ: ভিটামিন A
৩১/মানুহৰ দেহৰ উষ্ণতা কিমান?
উত্তৰ: ৩৭°ছে.।
৩২/সদ্যজাত কেঁচুৱা এটাৰ দেহত কিমানডাল হাড় থাকে?
উত্তৰ:৩০০ ডাল।
৩৩/আমাৰ দেহত কিমান লিটাৰ তেজ থাকে?
উত্তৰ: প্ৰায় ৫ লিটাৰ।
৩৪/বস্তুৰ ওজন ক’ত সৰ্বাধিক হয়?
উত্তৰ: ভূ- পৃষ্ঠত।
৩৫/কি পদাৰ্থৰ গলনৰ ফলত তাপমাত্ৰা বৃদ্ধি পায়?
উত্তৰ: মম।
৩৬/কি সঁজুলিৰ দ্বাৰা সূৰ্যৰ উষ্ণতা জোখা হয়?
উত্তৰ: পাইৰ’মিটাৰ।
৩৭/ৰবৰক টান কৰিবলৈ কি ব্যৱহাৰ কৰা হয়?
উত্তৰ: গন্ধক।
৩৮/বুকুৰ সজাটো কিমানযোৰ হাড়েৰে তৈয়াৰী?
উত্তৰ:১২ যোৰ।
৩৯/কি পদাৰ্থৰ গলনত আয়তন হ্ৰাস পায়?
উত্তৰ: বৰফ।
৪০/তেজত সৰ্বাধিক পৰিমাণে থকা কণিকাটিৰ নাম কি?
উত্তৰ: নিউট্ৰোফিল

Assam Direct Recruitment GK  100+ questions and answers 

 

Leave a Reply