গোলকীয় উত্তাপ – Global warming

গোলকীয় উত্তাপ আৰু ইয়াৰ প্ৰভাৱবোৰ হ’ল :

গোলকীয় উত্তাপ

বায়ুমণ্ডলত সেউজগৃহ গেছবোৰৰ বৃদ্ধিৰ লগে লগে পৃথিৱীপৃষ্ঠৰ উপৰিভাগৰ উষ্ণতা বাঢ়ি আছে। এই ধৰণে হোৱা উত্তাপৰ চৰম ফল হৈছে- গোলকীয় উত্তাপন ।

গোলকীয় উত্তাপৰ প্ৰভাৱ ঃ

গোলকীয় উত্তাপৰ বিভিন্ন কু-প্ৰভাৱবোৰ হ’ল ঃ

(i) ই গোলকীয় উত্তাপ বৃদ্ধি কৰে ।

(ii) ইয়াৰ ফলত ঘূৰ্ণীবতাহ হোৱাৰ সম্ভাৱনা, মৰুভূমি অঞ্চল, বানপানী, খৰাং আদি বৃদ্ধি পাইছে। জলবায়ুৰ পৰিৱৰ্তনৰ লগে লগে বহুতো প্ৰজাতিৰ বিলুপ্তি ঘটিছে।

(iii) বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধিৰ লগে লগে মেৰু অঞ্চলত বৰফ আৰু হিমবাহৰ তুষাৰ বিগলিত হৈ সাগৰৰ পানীৰ উচ্চতা বৃদ্ধি পাব আৰু সমূদ্ৰতীৰৱৰ্তী দ অঞ্চলবোৰ বানপানীৰ কবলত পৰিব ৷

(iv) ইয়াৰ ফলত প্ৰাকৃতিক বাতাবৰণ প্ৰ ভাৱিত হৈ খাদ্য দ্ৰব্যৰ অনাটন হ’ব, অনাবৃষ্টি হ’ব।

Leave a Reply