DHS Assam Recruitment 2020 : Apply Online for 813 Grade-III Technical and Non Technical Posts

Director of Health Services (DHS)  মুকলি হৈছে বহুতো পদ

Director of Health Services (DHS) মুকলি হৈছে 813 Grade-III Technical and Non Technical Posts

DHS Assam Recruitment 2020 : Apply Online

Grade-III Non Technical Posts : 

1) Junior Assistant /LDA :



           মুঠ  60 টা পদ মুকলি  হৈছে ।

salary( দৰমহা)  :  Rs.14,000 – 60,500/- + GP Rs. 6,200প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : কলা , বাণিজ্যিক আৰু বিজ্ঞান শাখাৰ  যিকোনো ডিগ্ৰী থকা হব লাগিব  । আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্লমা থকা হব লাগিব।

2) Health Educator :

মুঠ  56 টা পদ মুকলি  হৈছে ।

salary( দৰমহা)  :  Rs.14,000 – 60,500/- + GP Rs. 7,400প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : কলা , বাণিজ্যিক আৰু বিজ্ঞান শাখাৰ  যিকোনো ডিগ্ৰী থকা হব লাগিব  । আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্লমা থকা হব লাগিব।

3) Accountant / Finance :


মুঠ  13 টা পদ মুকলি  হৈছে ।

salary( দৰমহা)  :Rs.14,000 – 60,500/- + GP Rs. 7,400প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : বাণিজ্যিক  শাখাত ডিগ্ৰী থকা হব লাগিব  । আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্লমা থকা হব লাগিব।

4) Statistical Assistant :


     মুঠ  6 টা পদ মুকলি  হৈছে ।

salary( দৰমহা)  :Rs.14,000 – 60,500/- + GP Rs. 6,800প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : ডিগ্ৰীত  statistics , Economics আৰু mathematics যিকোনো এটা থকা হব লাগিব  । আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্লমা থকা হব লাগিব।

5) Account Asset. Cum Cashier:


      মুঠ  7 টা পদ মুকলি  হৈছে ।

salary( দৰমহা)  : Rs.14,000 – 60,500/- + GP Rs. 6,200প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : বাণিজ্যিক  শাখাত ডিগ্ৰী থকা হব লাগিব  । আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্লমা থকা হব লাগিব।

6) Statistical Clerk :


     মুঠ 6 টা পদ মুকলি  হৈছে ।

salary( দৰমহা)  : Rs.14,000 – 60,500/- + GP Rs. 6,200 প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : কলা , বাণিজ্যিক আৰু বিজ্ঞান শাখাৰ  যিকোনো ডিগ্ৰী থকা হব লাগিব  । আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্লমা থকা হব লাগিব।

7) Store Keepr :


    মুঠ 9 টা পদ মুকলি  হৈছে ।

salary( দৰমহা)  : Rs.14,000 – 60,500/- + GP Rs. 6,200 প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : HSLC পাছ থকা হব লাগিব  । আৰু নিম্নতম 6 মাহৰ কম্পিউটাৰ ডিপ্লমা থকা হব লাগিব।


Grade-III Technical Posts : 

8. Pharmacist:


    মুঠ 55 টা পদ মুকলি  হৈছে ।

salary( দৰমহা)  : Rs. 14000 – Rs. 60500 + GP Rs. 7,400  প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা :  Diploma/degree in Pharmacy under Assam Pharmacy council ৰ হব লাগিব  ।

9. Staff Nurse :


মুঠ 498 টা পদ মুকলি  হৈছে ।

salary( দৰমহা)  : Rs. 14000 – Rs. 60500 + GP Rs. 6800 প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা :  GNM Diploma/ B. sc (nursing) Degree হব লাগিব ।

10. Laboratory Technician:


মুঠ 77 টা পদ মুকলি  হৈছে ।

salary( দৰমহা)  : Rs. 14000 – Rs. 60500 + GP Rs. 6200 প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : HS পাছ  আৰু লগত Laboratory ডিপ্লমা/ চাৰ্টিফিকেট  থকা হব লাগিব ।

11. Blood Bank Technician :

     মুঠ 11 টা পদ মুকলি  হৈছে ।

salary( দৰমহা)  : Rs. 14000 – Rs. 60500 + GP Rs. 6200 প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা  :  HS পাছ  আৰু লগত Laboratory ডিপ্লমা/ চাৰ্টিফিকেট  থকা হব লাগিব ।

12. Dresser :


   মুঠ 15 টা পদ মুকলি  হৈছে ।

salary( দৰমহা)  : Rs. 14000 – Rs. 60500 + GP Rs. 5,000 প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা :  HS পাছ  আৰু লগত experience in Dressing (3 years) থকা হব লাগিব ।



বয়সৰ সময় সীমা :

সকলো পদৰ বাবে বয়সৰ সীমা হৈছে – 18 পৰা 40 বছৰলৈ সকলোৱে আবেদন কৰিব পাৰিব  ।

আবেদনৰ মাচুল – নাই

অনলাইন আবেদনৰ আৰম্ভণি হৈছে   : 10/09/2020

অনলাইন আবেদনৰ অন্তিম তাৰিখ: 24/09/2020.

অফিচিয়েল ৱেবচাইট : Click here



বিজ্ঞাপন  :     Link 1 Link 2
অনলাইন আবেদনৰ Link  :        Click here

যদি অনলাইন আবেদন কৰাত অসুবিধা পাইছে।
অতি কম মূল্যত আমাৰ দ্বাৰা অনলাইন আবেদন কৰিব পাৰিব ।  অনলাইন আবেদনৰ বাবে যোগা-যোগ কৰক –  7002166489

Leave a Reply