Assam police excise requirement 2020 apply for 36 grade III post

অসম পুলিচৰ আবকাৰী বিভাগত পদ মুকলি –

অসমৰ  পুলিচৰ আবকাৰী বিভাগত  মুকলি হৈছে  Grade III 36   পদ  । পদ সমূহ হৈছে  – Junior Assistant, Assistant Chemist & Driver.

অসমৰ  পুলিচৰ আবকাৰী বিভাগত  পদ  মুকলি

i)  Junior assistant : মুঠ   12 টা পদ মুকলি  হৈছে ।

salary( দৰমহা)  :  14,000-60,500/- + GP Rs. 6200/  প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : যিকোনো ডিগ্ৰী থকা হব লাগিব  । লগতে কম্পিউটাৰৰ জ্ঞান যুক্ত হব লাগিব ।


i i )   Driver : ৰ  মুঠ  20 টা পদ মুকলি  হৈছে ।

salary( দৰমহা)  :  14,000-60,500/- + GP Rs. 5,200/ প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : নিম্নতম HSLC পাছ  হব লাগিব  । লগতে  valid  driving License থাকিব লাগিব ।

i i i )   Assistant Chemist : ৰ   মুঠ  4 টা পদ মুকলি  হৈছে ।

salary( দৰমহা) :  14,000-60,500/- + GP Rs. 5,200/  প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : বিজ্ঞান  শাখাৰ স্নাতক  ডিগ্ৰী থকা ৰাসায়ন বিভাগৰ  হব লাগিব  ।

সকলো পদৰ বাবে বয়সৰ সীমা হৈছে  18 পৰা 40 বছৰলৈ সকলোৱে আবেদন কৰিব পাৰিব ।

age relaxation

i) ST, SC ৰ বাবে 5 বছৰৰ ৰেহাই ।

ii) OBC/MOBC ৰ বাবে 3 বছৰৰ ৰেহাই

আবেদনৰ মাচুল – নাই

অনলাইন আবেদনৰ আৰম্ভণি তাৰিখ  : 12/09/2020

অনলাইন আবেদনৰ অন্তিম  তাৰিখ: 30/09/2020

অফিচিয়েল ৱেবচাইট  :  click here


বিজ্ঞাপন   :     click here

Leave a Reply