অটল অমৃত অভিযানৰ ৪২৯ টা পদ মুকলি

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান(National Health Mission )ৰ অধীনত অসম চৰকাৰৰ অটল অমৃত অভিযান চাচাইটিৰৰ বাবে   ৪২৯ টা ঠিকাভিত্তিক চাকৰিৰ বাবে আবেদন বিচাৰি বিজ্ঞাপন মুকলি কৰিছে ।  আবেদন কৰা আগে প্রার্থী সকলে বিতং তথ্য পাবলৈ চৰকাৰী ভাৱে মুকলি কৰা বিজ্ঞাপনটো ডাউনলড কৰি এবাৰ পঢ়ি ল’বলৈ অনুৰােধ জনালো।

অসম চৰকাৰৰ অটল অমৃত অভিযান



1.আৰােগ্য মিত্র :

  মুঠ  ৬০ টা পদ মুকলি  হৈছে ।

শিক্ষাগত অৰ্হতা : HS  বিজ্ঞান শাখাৰ হব লাগিব লগতে কম্পিউটাৰৰ বিষয়ে জ্ঞান থাকিব লাগিব । অসমীয়া, ইংৰাজী আৰু হিন্দী জানিব লাগিব । এপ্লইমেন্ট একচেঞ্জ কার্ড থাকিব লাগিব।

salary( দৰমহা) : – ২০,০০০ টকা ।

বয়স- ৩০ বছৰ পর্যন্ত।



2. প্রধানমন্ত্রী আৰোগ্য  মিত্র :

  মুঠ  ৩৬৯ টা পদ মুকলি  হৈছে ।

শিক্ষাগত অৰ্হতা : HS  (বিজ্ঞান) ) লগতে কম্পিউটাৰৰ বিষয়ে জ্ঞান থাকিব লাগিব অসমীয়া, ইংৰাজী আৰু হিন্দী জানিব লাগিব। এপ্লইমেন্ট একচেঞ্জ কার্ড থাকিব লাগিব।

salary( দৰমহা) : – ২০,০০০ টকা ।

বয়স- ৩০ বছৰ পর্যন্ত।

আবেদন মাচুল  – কোনো ধৰণ আবেদন মাচুল নাই ।



Assam Police Excise Recruitment 2020 


DHS Assam Recruitment 2020

কিদৰে আবেদন কৰিব –  ইচ্ছুক প্রার্থীসকলে অনলাইন আবেদন কৰিব পাৰিব ।

অনলাইন আবেদনৰ আৰম্ভনি তাৰিখ  : 10/09/2020

অনলাইন আবেদনৰ আৰম্ভনি তাৰিখ: 23/09/2020.

বিজ্ঞাপন :  click here

অফিচিয়েল ৱেবচাইট   : Click here

অনলাইন আবেদনৰ লিংক  : Click here

Leave a Reply