বড়ো চুক্তি


BTAD




* বি টি এডিক বি টি আৰলৈ উন্নীত কৰাৰ লগে লগে ইয়াৰ এলেকা সালসলনি হোৱাৰ পিছত ৰাজ্য  চৰকাৰে প্রশাসনিক দিশৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি গঠন কৰিব পাৰে নতুন জিলা।

*এলাকা অন্তর্ভুক্ত বা কর্তন কৰাৰ পিছত প্রস্তুত হ’বলগা নতুন নক্সা অনুসৰি বি টি চিৰ আসনৰ সংখ্যা বর্তমানৰ ৪০ খনৰ পৰা সর্বাধিক ৬০ খনলৈ  বৃদ্ধি কৰা হ’ব।

*বি টি চিয়ে অধিক বিধায়িনী, কার্যপালিকা,
প্রশাসনিক আৰু বিত্তীয় ক্ষমতা লাভ কৰিব আৰু  ৯০ দিনেৰ ভিতৰত এই ক্ষমতা প্রদানৰ প্রক্রিয়া আৰম্ভ হ’ব।

* বি টি চেয়ে অনুমোদন জনোৱা আইন বা।
নিয়মসমূহৰ পুনৰীক্ষণৰ কাৰণে অসমৰ কেবিনেট  মন্ত্রীৰ অধ্যক্ষতাত বি টি চি ৰ মুখ্য কার্যবাহী সদস্য আৰু গৃহ মন্ত্র্যালয়ব প্রতিনিধিবে গঠন কৰা হ’ব এক কমিটি।

*বি টি চিয়ে ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰা  বিভিন্ন প্রস্তাবব পর্যালােচনাৰ কাৰণে অসমৰ মুখ্য সচিব অধ্যক্ষ তাঁত বি টি চি ৰ মুখ্য কার্যবাহী বিষয়া আৰু গৃহ মন্ত্ৰ্যালয়ৰ প্রতিনিধিৰে গঠন হ’ব আন এক কমিটী।

*প্রস্তাবিত বি টি আৰৰ বাহিৰত থকা বড়াে গাঁৱৰ ক্ষিপ্র উন্নয়নৰ কাৰণে অসম চৰকাৰে গঠন কৰিব বড়ো কচাৰী কল্যাণ পৰিষদ।

*কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত বাস
কৰা বড়াে কছাৰী সকলে পাহাৰৰ অনুসূচিত।
জনজাতিৰ তালিকাত অন্তর্ভুক্ত কৰাৰ কাম সময় নিৰিতভাবে সম্পূর্ণ কৰা হ’ব।





2 thoughts on “বড়ো চুক্তি”

Leave a Reply