online English-assamese word || অনলাইন ইংৰাজী-অসমীয়া শব্দ

                                  PART B 1

English-assamese word

English-assamese word

babble – বক বক কৰা


baffle – বিফল কৰা 


babe – শিশু


bail – জামিন


baby – শিশু


bait – প্রলোভন


backbite – পিচত নিন্দা কৰা 


balance –  দগাপাল্লা


backbone –  মেৰুদণ্ড 


bald –  টপা


backward – পিছপৰা


ballet – এবিধ নৃত্য


bacon –  গাহৰিৰ মাংস। 


ban – নিষেধাজ্ঞা


bacteria  – ৰোগৰ বীজাণু


band – বন্ধনী


badger – অনাহক জ্বলাকলা কৰা 


bandit  – দস্যু


bangle – খাৰু 


befit – উপযুক্ত, যোগ্য


banian  – বটগছ


befool – বুৰ্বক বনোৱা


banish –  নিৰ্বাচিত কৰা 


befriend – সহায় ৰা


bank –  তীৰ, তট, টকা পইচা লেন দেন কৰা স্থান


beg – ভিক্ষা 


behalf – পক্ষ


banquet –  সমাৰোহৰ ভােজ 


behave –  আচৰণ কৰা


banter –  বিদ্রুপ


behead – শিৰচ্ছেদ কৰা 


bard – গায়ক


behest – আদেশ, উপদেশ


barb – বৰশীৰ  কাটা


behold – লক্ষ্য কৰা


barbarian – বৰ্ব্বৰ


belabour- প্রচণ্ড প্রহাৰ কৰা


barbed-wire – কাটাতাৰ 


belief – বিশ্বাস, আস্থা


barber – নাপিত


belittle –  সৰু কৰা


bare – খালি, অনাবৃত


belong – অন্তর্ভুক্ত হোৱা


bargain – দৰদাম খেলা 


belongings – বস্তু, সম্পদ


bark – গাছৰ ছাল


belly – তলপেট


barn – শস্যৰ ভৰা


bend – বেকা


barometer – বতৰ জোখা যন্ত্র 


beneath –   তলত


barrage – বান্ধ


benefit – উপকাৰ কৰা


barren – অনুৰ্ব্বৰ কৰা , অসাৰুৱা 


benevolent – বদান্যতা প্রৱণ


barrier –  বাধা


beside – ওচৰত


basic –  মৌলিক


best – সর্বোৎকৃষ্ট


batch – দল


bestow – অর্পণ কৰা


basis – ভিত্তি


betel -পাণ


bath – স্নান 


betelnut – তামোল


battle – যুদ্ধ


between – দুজনৰ মাজত


bawI – চিৎকাৰ কৰি কোৱা


bevel – কোণ জোখা যন্ত্র, সজুলি
 
beach – সমুদ্রৰ পাৰ


beware –  সতর্ক হোৱা


beak – চৰাই ঠোট


bewilder – বিবুধিত পৰা


bear – সহ্য কৰা


beyond – আতৰত, ঢুকি নােপােৱা


beast – পশু


bias – পক্ষপাতিত্ব


beastly – পশুসুলভ


biceps – বাঁহুৰ ওপৰৰ পেশী


beat –  পৰাষ্ট কৰা


bier – শৱ নিয়া গাড়ী


beautiful –  ধুনীয়া


bind – বন্ধা


because – কাৰণ।


bird – পথী, পক্ষী, চৰাই


beck – ইন্দিত


birth – জন্ম


beckon – ইন্দিত দিয়া


bisect –  সমানে দুই ভাগ কৰা


bedridden – শয্যাশায়ী 


bison – বনৰীয়া ম’হৰ দৰে জন্তু


bedstead – বিছনা, খাট


bite –  দাঁতেৰ কামোৰা


bee – মৌমাখি


black-art –  যাদু বিদ্যা


beehive – মৌচাক


blackmail – ভয় দেখুৱাই টকা আদায় কৰা
 

লগতে চাওকঃ  PartA1Part A 2 , Part A3  ,  PartB2

 

তলৰ লিংকটো গৈ অতি কম খৰচতে OXFORD ENGLISH DICTIONARY ক্ৰয় কৰিব পাৰিব  👇👇👇

https://amzn.to/38u1tY7

 

Leave a Reply