উত্তৰ-পূব ভাৰতৰ মুখ্য ভাষাসমূ

Northeast

উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ মুখ্য ভাষাসমূ :

 

    ৰাজ্য                          মুখ্য ভাষা সমূহ
অৰুণাচল প্ৰদেশ
 মনপা, আও, ছেৰডুকপেন, হিন্দী ,ইংৰাজী,  মিজি ইত্যাদি।
অসম
অসমীয়া, বড়াে, বঙালী আদি ।
মণিপুৰ মণিপুৰী ।
মেঘালয়        
গাৰো , খাচী , ইংৰাজী আদি।
মিজোৰামৰ মিজো আৰু ইংৰাজী ।
নাগালেণ্ড ইংৰাজী আৰু নাগামিজ।
চিকিম
 ছিক্কিমিজ, ভূটীয়া, লেপচা, লিম্বু, হিন্দী,  ইংৰাজী আদি  ।
ত্রিপুৰা বঙালী আৰু ককবৰাক ।
 
 
লগতে চাওকঃ   উত্তৰ-পূবৰ ৰাজ্যসমূহ 

Leave a Reply