উত্তৰ-পূবৰ ৰাজ্যসমূহ || উত্তৰ-পূব ভাৰত

উত্তৰ-পূব ভাৰতৰ ৰাজ্য সমূহ
উত্তৰ-পূবৰ ৰাজ্যসমূহ বুলিলে ভাৰতৰ একেবাৰে পূবদিশত থকা সাতভনী ৰাজ্যসমূহক বুজোৱা হয়। ভাৰত গণৰাজ্যৰ এটা অংগ হল উত্তৰ-পূব ভাৰত । ভাৰতৰ উত্তৰ প্ৰান্তত অৱস্থিত সাতখন ৰাজ্যক একেলগে উত্তৰ-পূব ভাৰত বুলি কোৱা হয় । এসময়ত উত্তৰ-পূৱৰ সাতখন ৰাজ্য একেটা প্ৰশাসনীয় গোটৰ অধীনত আছিল । পৰৱৰ্তী কালত প্ৰত্যেক খন ৰাজ্যই পৃথক পৃথক স্বকীয় ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে ।
উত্তৰ-পূব ভাৰতৰ প্ৰেত্যক খন ৰাজ্যৰ জনগোষ্ঠী আৰু জনগাঁথনিও বৈচিত্ৰ্যময় ।

উত্তৰ-পূব ভাৰতৰ ৰাজ্য সমূহ আৰু  ৰাজ্য  সমূহৰ ৰাজ্যিক পশু আৰু আৰু  ৰাজ্যিক পক্ষী সমূহ :

  ৰাজ্য   ৰাজ্যিক পশু    ৰাজ্যিক পক্ষী
অৰুণাচল                           
মেঠোন
ধনেশ প্ৰদেশ
 অসম    গঁড়   দেওহাঁহ
মেঘালয়
   চাংগাই ননগিন
মিজোৰাম ছিৰিঅ’  ডৰিক
নাগালেণ্ড মেঠোন    ব্লইটছ ট্ৰাগপান
চিকিম ৰঙা পাণ্ডা ডৰিক
ত্ৰিপুৰা   ফাইৰেছ বান্দৰ  পাৰ চৰাই
মণিপুৰ ছাংগাই মিচেছ হিউমৰ ফেজেণ্ট

Leave a Reply