মানচিত্ৰ || মানচিত্ৰ অংকন কৰা নিয়ম

যিকোনো এটা বৰ্গক্ষেত্ৰৰ ভিতৰত   ভাৰতৰ  মানচিত্ৰ আঁকিব পাৰি । এটা বৰ্গক্ষেত্ৰ আঁকি তাক 16 টা সমান আয়তনৰ বর্গক্ষেত্ৰত  ভাগ কৰি  1, 2, 3, 4 আদি সংখ্যাৰে চিন দিব লাগে । প্ৰতি বৰ্গক্ষেত্ৰত যি অংশ পৰে সেই অংশ যিখন মানচিত্ৰ আঁকিবলৈ লোৱা হয় ।  সেইখন চাই
চাই আঁকিব লগে ।

 

ভাৰতৰ মানচিত্ৰৰ কেইটামান বিশেষত্ব মন কৰিব লগীয়া :
 
মানচিত্ৰ

 

*  গুজৰাট আৰু বঙ্গদেশৰ সীমাৰেখা প্ৰায় একে         ৰেখাত   পৰে । 


*  ভাৰতৰ দক্ষিণ অংশ প্ৰায় ত্ৰিভুজৰ দৰে ।


*  কাশ্মীৰৰ পূৱ সীমা আৰু তামিলনাডুৰ পূৱ 
     সীমা প্ৰায় একে ৰেখাত পৰে ।


*   ভাৰতৰ উত্তৰ – পূৱ দিশ অসম লাহে লাহে       
     নামি অহা ।


*     মুম্বাই আৰু চিলকা  হ্ৰদ প্ৰায় একে  ৰেখাত   পৰে ।


*      নাগপুৰ ভাৰতৰ প্রায় সোঁমাজত ।
 

 

এইবোৰ মনত ৰাখিলে মানচিত্ৰ  আকোতে বিশেষ সুবিধা হয় ।
যিকোনো দেশৰ মানচিত্ৰ বৰ্গ বা আয়তক্ষেত্ৰৰ ভিতৰত আঁকিবলৈ অভ্যাস কৰিলে মানচিত্ৰ অঁকা সহজ হয় ।
Assam map

সেইদৰে অসমকো বর্গক্ষেত্ৰৰ মাজত আঁকিবলৈ খুব সহজ হব ।

 

Leave a Reply