online English-assamese word || অনলাইন ইংৰাজী-অসমীয়া শব্দ

PART A-2

online English-assamese word
 
Adventure  –  দুঃসাহসিক অভিযান
Advertise – বিজ্ঞাপন
Advice – পৰামৰ্শ
Advise – পৰামৰ্শ দিয়া
Aerial – আকাশী
Areonaut – বৈজ্ঞানিক
Areoplane – বিমান , উৰাজাহাজ
Affair –  বিষয়
Affect – প্ৰভাৱিত কৰা
Affection – মৰম স্নেহ
Affinity – সাদৃশ্য
Afford – সমৰ্থ
Afraid – ভয়াতুৰ
After  – পিছত
Afternoon- আবেলি
Again –  পুনৰায়
Against – বিৰুদ্ধে
Age – বয়স
Aged – বয়সষ্ট
Agent – প্ৰতিনিধি
Aggravate – বেছি বেয়া কৰা
Aggregate – গঁড় , সমষ্টি
Aggressive – আক্ৰমনান্তক
Aggressor – আক্ৰমনকাৰী
Agile – তৎপৰ
Agility- চপলতা
Agone – মনোকোষ্ট
Agree – সহমত হোৱা
Agreement – চুক্তি
Agriculture – কৃষি কৰ্ম
Ahead –  আগত
Aid – সাহাৰ্য
Ailing -অসুস্থ
Aimless – উদ্দেশ্যবিহীন
Air- বায়ু
Airforce – বিমান বাহিনী
Airliner- যাত্ৰীবাহী বিমান
Airport – বিমান বন্দৰ
Air-raid – বিমান আক্ৰমণ
Airtight – বায়ু ৰোধক
Airy – বায়ু  যুক্ত
Alarm – সঙ্কেত
Album – ছবিযুক্ত বহী
Algebra – বীজগণিত
Alert – সতৰ্ক
Alias – ওৰফে
Alike – সদৃশ
Alive – জীৱিত
All – সকলো
Allege – আৰোপ কৰা
Alley – সৰু গলি
Alliance – মিলন
Alligator – কুম্ভীৰ
Allot – বন্টন কৰা
Allow – অনুমতি দিয়া
Allude -আভাস দিয়া
Allure – প্ৰলোভীত কৰা
Almight – সৰ্বশক্তিমান
Almond – বাদাম
Almost – প্ৰায় সকলো
Alone – অকলে
Along – ওচৰা ওচৰিকৈ , একেলগে
Aloof – অকলে
Aloud – জোৰকৈ
Already -ইতিপূৰ্বে
Also – আৰু
Alter –   পৰিবর্তন
Alternate – এটাৰ পাছত আনটো
Although – যদিও
Always – সদায় , চিৰকাল
Amaze – বিস্ময়কৰ
Ambition – উচ্চাকা‌ংক্ষা
ambitious – উচ্চাভিলাষী
Amend – সংশাধন কৰা
Amiable – প্রিয়

 

 

লগতে চাওকঃ  Part A 1 , Part A3 , Part B1  ,  PartB2

 

তলৰ লিংকটো গৈ অতি কম খৰচতে OXFORD ENGLISH DICTIONARY ক্ৰয় কৰিব পাৰিব  👇👇👇

 

https://amzn.to/38u1tY7

Leave a Reply