অপ্পিকো আন্দোলন – বন সংৰক্ষণ , বৃক্ষৰোপণ আৰু বনানিকৰন

অপ্পিকো আন্দোলন
 
আন্দোলন

 

১৯৮৩ চনৰ ৮ছেপ্টেম্বৰত কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ ছালকণি গাওঁত অপ্পিকো আন্দোলন হৈছিল । এই আন্দোলনৰ তিনিটা লক্ষ্য আছিল – বন সংৰক্ষণ , বৃক্ষৰোপণ আৰু বনানিকৰন আৰু বনসম্পদ ব্যৱহাৰত মিতব্যয়িতা । কৰ্ণাটকত  কাগজ কল আৰু প্লাইউড কাৰখানা গঢ়ি উঠাৰ ফলত বনাঞ্চলৰ ইউকেলিপটাছ গছ কেঁচা সমগ্রী হিচাপে ব্যৱহাৰ কৰা হৈছিল ।যধে মধে গছ কাটিবলৈ ধৰাত বনাঞ্চলৰ   মাটি কালি শতকৰা ২০ ভাগলৈ হ্ৰাস পায় । তেতিয়া স্থানীয় লোকসকলে চিপকো আন্দোলনৰ লেখীয়াকৈ অপ্পিকো আন্দোলন গঢ়ি তুলি সেই অঞ্চলৰ প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ ৰক্ষা কৰে ।

Leave a Reply