অসম ইতিহাসৰ কিছু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ

ASSAM HISTORY QUIZ -অসম ইতিহাস

Assam History (অসমৰ ইতিহাস) Most Important ✓ Top 30 Questions | History of Assam – Important Questions -30 | অসমৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

ASSAM HISTORY QUIZ -অসম ইতিহাস

১/অসমৰ পুৰণি নাম কি?

উত্তৰ. প্ৰাগজ্যোতিষপুৰ।

২/অসমৰ প্ৰাচীনতম শাসক গৰাকী কোন?

উত্তৰ. মহীৰঙ্গ দানৱ।

৩/ দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ. মহীৰঙ্গ দানৱে।

৪/দানৱ বংশৰ শেষৰ ৰজা জনৰ নাম কি?

উত্তৰ. ঘটকাসুৰ।

৫/ ঘটকাসুৰক হত্যা কৰি কোনে কি বংশ প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ. ঘটকাসুৰক নৰকাসুৰে হত্যা কৰি ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল।

৬/শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি?

উত্তৰ. শালস্তম্ভ।

৭/ কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল?

উত্তৰ. কুমাৰ ভাস্কৰ বৰ্মন ।

৮/ বৰ্মন বংশৰ ৰাজত্বৰ অন্ত হোৱাৰ পিছতে কামৰূপত কোন বংশই শাসন চলাইছিল?

উত্তৰ. শালস্তম্ভ বংশই।

৯/ কোনখন পৌৰাণিক গ্ৰন্থত অসমৰ প্ৰাচীন ইতিহাসৰ বিষয়ে বৃহৎ তথ্য পোৱা যায়?

উত্তৰ. কালিকা পুৰাণ।

১০/ শালস্তম্ভ বংশৰ ৰাজত্বৰ অন্তত কামৰূপৰ শাসনভাৰ কাৰ হাতলৈ যায় ?

উত্তৰ. পাল বংশ।

১১/ পাল বংশৰ প্ৰথম গৰাকী ৰজা কোন আছিল?

উত্তৰ. ব্ৰহ্মপাল।

১২/ বানাসুৰ প্ৰাচীন অসমৰ কোন ঠাইৰ শাসক আছিল?

উত্তৰ. শোণিতপুৰ।

১৩/ অসমৰ কোন দুগৰাকী বিখ্যাত যোদ্ধাই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল?

উত্তৰ. ভগদত্ত আৰু ঘটোতকচ।

১৪/বান ৰজাৰ জীয়াৰী ঊষাক কোনে বিয়া কৰাইছিল?

উত্তৰ. অনিৰুদ্ধই।

১৫/প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ কন্যা ভানুমতীক কৌৰৱৰ কোন গৰাকী যোদ্ধাৰ লগত বিয়া দিয়া হৈছিল?

উত্তৰ. দুৰ্যোধন।

১৬/বৃহৎ সাম্ৰাজ্যবাদী নীতি গ্ৰহণ কৰা প্ৰাগজ্যোতিষৰ প্ৰথম গৰাকী ৰজাৰ নাম কি?

উত্তৰ. মহেন্দ্ৰ বৰ্মন ।

১৭/ অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি?

উত্তৰ. মহেন্দ্ৰ বৰ্মন।

১৮/বৰ্মন বংশৰ কোন গৰাকী শাসকৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপলৈ আহিছিল?

উত্তৰ. কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত।

১৯/হিউৱে চাং অসমলৈ আহোতে ভাস্কৰ বৰ্মনে এটি জাপিৰে তেওঁক সম্বৰ্ধনা জনাইছিল । সেই জাপিটোৰ নাম কি আছিল?

উত্তৰ. হালালী।

২০/বৰ্মন বংশৰ প্ৰথম গৰাকী ৰজা কোন আছিল?

উত্তৰ. পুষ্য বৰ্মন।

২১/কোনখন গ্ৰন্থত ভাস্কৰ বৰ্মনক পিতামহ ভীষ্মৰ লগত তুলনা কৰা হৈছে?

উত্তৰ. হৰ্ষচৰিত।

২২/ হাৰ্ষচৰিত গ্ৰন্থ খন কোনে লিখিছিল?

উত্তৰ. বাণভট্ট ।

২৩/বৰ্মন বংশৰ কোন গৰাকী ৰজাক ‘ মহাৰাজধীৰাজ ‘ উপাধি প্ৰদান কৰা হৈছিল?

উত্তৰ. বলবৰ্মনক।

২৪/ ভাস্কৰ বৰ্মনৰ দ্বাৰা খোদিত তাম্ৰফলি দুখন কি?

উত্তৰ. ডুবি আৰু নিধানপুৰ।

২৫/ হিউৱেন চাঙে তেখেতৰ কোন খন গ্ৰন্থত অসমৰ বিষয়ে উল্লেখ কৰিছে?

উত্তৰ.’ চি – ইউ – কী’ নামৰ গ্ৰন্থত।

২৬/চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ. বীৰপাল।

২৭/ চুতীয়াসকলৰ শেষৰ গৰাকী ৰাণীৰ নাম কি আছিল?

উত্তৰ. সতী সাধনী।

২৮/কোঁচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল?

উত্তৰ. বিশ্ব সিংহ।

২৯/ চিলাৰায় কোঁচ ৰাজ্যৰ সেনাপতি আছিল। চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল?

উত্তৰ. শুক্লধ্বজ।

৩০/ কোনজন ৰজাই শদিয়াৰ কুণ্ডিল নদীৰ পাৰত কুণ্ডিলনগৰ পাতিছিল?

উত্তৰ. ভীষ্মক ৰজাই।

Read More Click here :    অসমৰ ইতিহাস – History of Assam

 

Click here and buy now : Assam Direct Recruitment 2024: E-BOOK in Assamese Medium

Leave a Reply