পৃথিৱীৰ বিভিন্ন দেশৰ মুদ্ৰা আৰু ৰাজধানীৰ নাম – Country, Capital and Currency | GK for ADRE Exam 2024

পৃথিৱীৰ বিভিন্ন দেশৰ মুদ্ৰা আৰু ৰাজধানীৰ নাম

পৃথিৱীৰ বিভিন্ন দেশৰ মুদ্ৰা আৰু ৰাজধানীৰ নাম

পূব এছিয়া:

দেশ ৰাজধানী মুদ্ৰা
ৰাছিয়া মস্কো ৰুবল
জাপান টকিঅ’  য়েন
 চীন বেইজিং ইউয়ান
টাইৱান টাইপেই নিউ টাইৱান ডলাৰ
উত্তৰ কোৰিয়া পিয়াংয়াং ৱন
দক্ষিণ কোৰিয়া সিয়োল ৱন

 

মধ্য এছিয়া:

দেশ ৰাজধানী মুদ্ৰা
তাজিকিস্তান দুশানবে  সোনামি
কিৰগিজস্তান  বিষ্কেক  কিৰগিজস্তানি সোম
কজাখস্তান নুৰ চুলতান  তেংগে
উজবেকিস্তান তাস্কান্ত উজবেকিস্তান সোম
৫/তুৰ্কমেনিস্তান অশগবাত তুৰ্কমেনিস্তানি মানাত

 

দক্ষিণ এছিয়া:

দেশ ৰাজধানী মুদ্ৰা
নেপাল কাঠমাণ্ডু নেপালেচ
ভূটান থিম্ফু ৰূপী
ভাৰত নিউ দিল্লী ইণ্ডিয়ান ৰূপী
বাংলাদেশ ঢাকা  টকা
পাকিস্তান ইছলামাাবাদ পাকিস্তানী ৰূপী
আফগানিস্তান কাবুল আফগান/আফগানি
শ্ৰী লংকা কলম্বো শ্ৰী লংকা ৰূপী
মালদ্বীপ মালে মালদ্বীপিয় ৰুফিয়া

 

ইউৰোপ:

দেশ ৰাজধানী মুদ্ৰা
স্পেইন মেড্ৰিড ইউৰো
ইউনাইটেড কিংডম লণ্ডন পাউণ্ড ষ্টাৰ্লিং
ফিনলেণ্ড হেলছিনকি ইউৰো
নৰৱে ওশ্লো নৰৱেজিয়ন  ক্ৰোন
ডেনমাৰ্ক কপেঁনহেগন  ডেনিচ
জাৰ্মানী বাৰ্লিন ইউৰো
গ্ৰীচ এথেন্স ইউৰো
 অষ্ট্ৰিয়া ভিয়েন্না ইউৰো
বেলজিয়াম  ব্ৰুছেলছ ইউৰো
বেলাৰুচ মিনস্ক বেলাৰুচিয়ান ৰুবল
ক্ৰোএচিয়া জাগ্ৰেব ক্ৰোএচিয়ান কুনা
চেক  ৰিপাব্লিক  প্ৰাগ  কৰিনা
ফ্ৰান্স পেৰিছ  ইউৰো
 হাংগেৰী বোদাপেষ্ট হাংগেৰীআন ফোৰিন্ত
আয়াৰলেণ্ড ডবলিন ইউৰো
ইটালী ৰোম ইউৰো
নেডাৰলেণ্ড আমষ্টাৰডাম ইউৰো
পৰ্তুগাল  লিছবন  ইউৰো
ৰাছিয়া মস্কো ৰাছিয়ান ৰুবল
ছুইডেন ষ্টকহম ক্ৰোনা
লিচেনষ্টাইন  ভেদুজ চুইচ ফ্ৰাঞ্চ
পোলেণ্ড ৱাৰসা ঝ্লটি
ৰোমানিয়া বোচাৰেষ্ট ৰোমানিয়ান লেও
 চেৰবিয়া বেলগ্ৰদ চেৰবিয়ান দেনান
চুইজাৰলেণ্ড  বাৰ্ন চুইছ  ফ্ৰাঞ্চ
ইউক্ৰেইন কীব  ৰিবনিয়া
বুলগেৰিয়া  ছফিয়া লেব

 

উত্তৰ আমেৰিকা:

দেশ ৰাজধানী মুদ্ৰা
কানাডা অত্বাৱা কানাডিয়ান ডলাৰ
ইউ এছ এ ৱাশ্বিংটন ডি চি  ইউ এছ ডলাৰ
মেক্সিকো মেক্সিকো চিটি মেক্সিকান পেচো
গুৱেটামালা  গুৱেটামালা চিটি গুৱেটামালা কুৱেটজল
নিকাৰাগুআ মনগুৱা  নিকাৰাগুআ কাৰ্ডোবা
পানামা  পানামা চিটি বালব’য়া, ডলাৰ
কিউবা হাভানা কিউবান পেচো
দা বাহামাছ নাছাও বহামীয়ন ডলাৰ
৯/ জামাইকা কিংষ্টন জামাইকান ডলাৰ

 

দক্ষিণ আমেৰিকা:

দেশ ৰাজধানী মুদ্ৰা
আৰ্জেণ্টিনা বুয়েনছ আয়াৰ্ছ পেছ
পেৰু লিমা পেৰুভিয়ান চল
চিলে ছান্টিয়াগো চিলেআন পেচো
 ব্ৰাজিল ব্ৰাচিলিয়া ব্ৰাজিলিয়ান ৰিয়েল
উৰুগুৱে মন্টেভিডিঅ’ উৰুগুৱেৰ পেচো
বলিভিয়া লাপাজ বলিভিয়ানো
কলোম্বিয়া বগোটা কলোম্বিয়ান পেচো
ইকুৱেডৰ কুইটো ইউ এছ ডলাৰ
গুয়ানা জৰ্জটাউন গিয়ানিজ ডলাৰ
চুৰিনাম পাৰামাৰিবো চুৰিনামীজ ডলাৰ
ভেনিজুৱেলা কাৰাকাছ ভেনিজুৱেলাৰ বলিভাৰ

 

আফ্ৰিকা:

দেশ ৰাজধানী মুদ্ৰা
কেনিয়া  নাইৰোবি কেনিয়ান শ্বিলিং
লাইবেৰিয়া মনৰোভিয়া  লাইবেৰিয়ান ডলাৰ
লিবিয়া  ত্ৰিপুলি লিবিয়ান ডিনান
মাদাগাস্কাৰ আন্টানানাৰিভো মালাগাছি এৰিয়াৰী
মালি বামাকো চি এফ এ ফ্ৰাংক
 মৰিচাছ পোৰ্ট লুইছ মৰিচাছ ৰূপী
মৰক্কো ৰাবাত মৰক্কোৰ দিৰহাম
মোজাম্বিক মাপুটো মোজাম্বিকৰ মেটিকেল
 নাইজেৰিয়া আবুজা নাইৰা
 দক্ষিণ আফ্ৰিকা  প্ৰিট’ৰিয়া  ৰেণ্ড
চুডান খাৰ্টুম চুডানীজ পাউণ্ড
দক্ষিণ চুডান  জুবা দক্ষিণ চুডানীজ পাউণ্ড
উগাণ্ডা কাম্পালা উগাণ্ডান শ্বিলিং
অষ্ট্ৰেলিয়া কেনবেৰা অষ্ট্ৰেলিয়ান ডলাৰ
ফিজি সুভা ফিজি ডলাৰ
কিৰিবাটি তাৰাৱা অষ্ট্ৰেলিয়ান ডলাৰ
নিউজিলেণ্ড ৱেলিংটন নিউজিলেণ্ড ডলাৰ

 

Leave a Reply