টেলিভিছন, কম্পিউটাৰ , মটৰ চাইকেল আৰু বহুতো আৱিষ্কাৰ আৰু আৱিষ্কাৰক

Inventions & discoveries/আৱিষ্কাৰ আৰু আৱিষ্কাৰক তথা উদ্ভাৱকসকল :

টেলিভিছন কোনে আৱিষ্কাৰ কৰিছিল  | ৰেডি’অৰ আৱিষ্কাৰক |  ৰেডিঅ কেতিয়া আৱিষ্কাৰ কৰিছিল | ইন্টাৰনেট কোনে আবিষ্কাৰ কৰিছিল |বৈদ্যুতিক বাল্বৰ আৱিষ্কাৰক | হাইড্ৰ’জেন গেছৰ আৱিষ্কাৰক  | আমেৰিকাৰ আৱিষ্কাৰক | উৰাজাহাজৰ আৱিষ্কাৰক |মটৰ চাইকেলৰ আৱিষ্কাৰক|চাইকেল কোনে আৱিষ্কাৰ কৰিছিল

টেলিভিছনৰ আৱিষ্কাৰ

 

পেনিচিলিন  আলেকজেণ্ডাৰ ফ্লেমিং
টেলিভিছন বা দূৰদৰ্শন জন লগি বেয়াৰ্ড (স্কটলেণ্ড)
টেপৰেকৰ্ডাৰ ভালডেমাৰ প’লচন (ডেনমাৰ্ক)
অনাতাঁৰ বা ৰেডি’অৰ গুগ্লিয়েলমো মাৰ্কনি(ইটালী)
কম্পিউটাৰ চাৰ্লচ বেবেজ
ৰেফ্ৰিজাৰেটৰ ফাৰ্ডিনাণ্ড কাৰ
মটৰ চাইকেল জি উইম্লাৰ
বৈদ্যুতিক বাল্ব  টমাছ আলভা এডিছন
বৈদ্যুতিক কম্পিউটাৰ  ডঃ এলাম এম টুৰিং
গ্ৰীণলেণ্ড নৰ্ছমেন
সৰ্বপ্ৰথম পৃথিৱীৰ আকৃতি নিৰ্ণয় কৰিছিল এৰাট’ স্থেনিচ
হাইড্ৰ’জেন গেছ হেনৰি কেভেন্দিছ
দক্ষিণ মেৰু এমাণ্ডচন
আমেৰিকা কলম্বাছ
ৰেডিয়াম পিয়েৰ কুৰী আৰু মেৰী কুৰী
হাৱাই দ্বীপ  কেপ্তেইন কুকে
প্ৰেছাৰ কুকাৰ জেনিচ পেপিন
ভাইৰাছ  ইভানোভিক
ব্ৰাজিল কেব্ৰেল
উদ্ভিদৰ কোষ  ৰবাৰ্ট হুক আৰু শ্লেইভাৰ
মটৰগাড়ী (পেট্ৰ’ল চালত ) কাৰ্ল বেবেজ
ক্ল’ৰ’ফম লুই পেষ্টিউৰ
উৰাজাহাজ উইলবাৰ আৰু অৰভিল ৰাইট
দোলন গতি সম্পৰ্কীয় সূত্ৰ গেলিলিও গেলিলি
এটম কানাডে
পলি’অ ভেকচিন   জ’নাছ চক
বেক্টেৰিয়া বিজ্ঞান লুইছ পেষ্টিঅৰ
টিবিৰ এণ্টিবায়’টিক চেলমেন ৱাক্সমেন
প্ৰথম এণ্টিবায়’টিক আলেকজেণ্ডাৰ ফ্লেমিং
ডি এন এৰ ফিংগাৰপ্ৰিন্তিং  লালজী সিং
ইনছুলিন ফেদ্ৰিক বেন্তিং
ছমস্কৰ ভেকচিন এডৱাৰ্ড জেনাৰ
হেলিকপ্টাৰ ব্ৰেগুৱেট
ৱেব টিম বাৰ্নাৰ্ছ লি
জেট ইঞ্জিন  ছাৰ ফ্ৰেংক হুইটল
এক্স-ৰে ৰয়েণ্টজেন
লেজাৰ টি.এইচ.মেইনমেন
টেলিফোন আলেকজেণ্ডাৰ গ্ৰাহামবেল
চিমেণ্ট জোছেফ অস্পডিন
অপটিকেল ফাইবাৰ নৰিন্দৰ কাপনি
ইলেক্ট্ৰন জোছেফ থমচন
ভিডিও টেপ চাৰ্লছ গিন্সবাৰ্গ
কুষ্ঠ ৰোগ বেচিলাছ কোচ
ইলেক্ট্ৰন মাইক্রস্কোপ  নল আৰু ৰুস্কা
বাৰুদ ৰজাৰ বেকন
প্ৰথম স্বয়ংচালিত অটোমোবাইল হেনৰী ফৰ্ড
সৌৰজগত কপাৰনিকাছ
আকাশীযান অৰভিল আৰু উইলবাৰ ৰাইট
অক্সিজেন প্ৰিষ্টলী
বেৰ’মিটাৰ ইভানজেলিষ্টা টৰিচেলিত
বেটৰী এলেছান্দ্ৰ’ ভল্টা
চাইকেল কিনোপেট্ৰিক মেকমিলান
চিনেমা নিকোলাছ আৰু জিন  লুমিয়েৰে
ডিজেল ইঞ্জিন ৰুডলফ ডিজেল
বৈদ্যুতিক ইস্ত্ৰি এইচ.ডব্লিউ ছিলি
উত্তৰ মেৰু আৰ.ই.পিয়াৰী
ফ’টোগ্ৰাফী জোচেফ নিপচে

 

Leave a Reply