বানপানীৰ সুবিধা আৰু অসুবিধা – Advantages and disadvantages of flooding

বানপানীৰ সুবিধা আৰু অসুবিধা সমূহ হল

বানপানীৰ সুবিধা আৰু অসুবিধা

বানপানীৰ সুবিধাসমূহ :

(i) ই মাটিক উৰ্বৰ কৰি তোলে ।

(ii) বানপানীয়ে মাটিত ঘাটি হোৱা পুষ্টিৰ যোগান ধৰে ।

বানপানীৰ অসুবিধাসমূহ :

(i) বানপানীৰ ফলত মানুহ আৰু পশুধনৰ মৃত্যু হ’ব পাৰে।

(ii) ই বিপুল পৰিমাণে খেতি-বাতি ধ্বংস কৰিব পাৰে ।

(iii) ই পানীক প্ৰদূষিত কৰে আৰু পানীৰ পৰা উদ্ভৱ হোৱা সংক্ৰামক ৰোগ বিয়পাব পাৰে ।

(iv) বানপানীয়ে নদীৰ দলং, যান-বাহন, ঘৰ-বাৰী, নলা-নৰ্দমা, বাট-পথ, জলসংযোগ ব্যৱস্থাৰ অনিষ্ট সাধন কৰে ।

(v) বানপানীয়ে জনসাধাৰণক আর্থিকভাৱে জুৰুলা কৰে ।

(vi) খোৱা পানীৰ নাটনি কৰে ।

 

লগতে চাওকঃ  অসমৰ বানপানী আৰু গৰাখহনীয়া

Leave a Reply