গাঁও পঞ্চায়তৰ আন্তঃগাথনিৰ সৃষ্টি

 

গাঁও পঞ্চায়তৰ আন্তঃগাথনিৰ সৃষ্টি

গ্ৰাম্য অঞ্চলৰ উন্নয়নৰ কাৰণে প্ৰস্তুত কৰা পৰিকল্পনাত প্ৰয়োজনীয় আন্তঃগাথনিৰ সৃষ্টি কৰাটোৱে প্ৰধান স্থান পোৱাটো অতি প্রয়োজনীয়। প্রত্যেকখন গাঁৱতে উন্নয়নৰ কাৰণে প্ৰাকৃতিক সম্পদ উপলব্ধ থাকে কিন্তু এই উপলব্ধ প্রাকৃতিক সম্পদসমূহক উন্নয়নৰ বাবে প্ৰয়োগ কৰিবলৈ হ’লে কিছু আন্তঃগাথনিৰ প্ৰয়োজন। সেয়েহে পঞ্চায়ত সমূহত প্রয়োজনীয় কিছু আন্তঃগাথনি তলত উল্লেখ কৰা হ’ল-

(১) পঞ্চায়ত গৃহ, বিদ্যালয়, স্বাস্থ্য কেন্দ্র, অঙ্গনবাড়ী কেন্দ্ৰৰ নিচিনা আন্তঃগাথনিসমূহ ।

(২) গাঁৱৰ প্ৰতিটো বসতি অঞ্চললৈ যাব পৰাকৈ আৰু সকলো বতৰতে ব্যৱহাৰ কৰিব পৰাকৈ বাট-পথৰ  সৃষ্টি।

(৩) খোৱা পানীৰ বাবে প্ৰয়োজনীয় আন্তঃগাথনি ৷

(8) জাবৰ নিষ্কাশনৰ বাবে প্রয়োজনীয় আন্তঃগাথনি

(৫) বৈদ্যুতীকৰণ আৰু বিজুলী বাতিৰ উপলভ্যতা।

(৬) কৃষি আৰু আনুষংগিক খণ্ডৰ উন্নয়নৰ কাৰণে প্রয়োজনীয় আন্তঃগাথনি ।

(৭) বজাৰ ব্যৱস্থাৰ কাৰণে প্ৰয়োজনীয় আন্তঃগাথনি ।

(৮) যুৱক-যুৱতী সকলে আত্মসংস্থাপনৰ কাৰণে প্ৰয়োজনীয় আন্তঃগাথনি।

(৯) আমোদ-প্রমোদ আৰু খেল-ধেমালিৰ কাৰণে প্ৰয়োজনীয় আন্তঃগাথনি ।

(১০) বানপানী আৰু দুৰ্যোগৰ সময়ত আশ্ৰয় গ্ৰহণ কৰিব পৰা প্ৰয়োজনীয় আন্তঃগাথনি।

(১১) দুখীয়া ৰাইজৰ আবাস গৃহ নির্মাণ।

(১২) তথ্য-প্রযুক্তিবিদ্যাৰ উন্নয়নৰ কাৰণে প্ৰয়োজনীয় আন্তঃaগাথনি ।

Leave a Reply