খোৱা পানীত থাকিব লগিয়া গুণাগুণ

 

খোৱা পানীৰ নিৰ্দিষ্ট কিছুমান গুণ সদায়েই থকাটো বাঞ্চনীয়

খোৱা পানীৰ নিৰ্দিষ্ট কিছুমান গুণ সদায়েই থকাটো বাঞ্চনীয়

খোৱা পানীত থাকিব লগিয়া গুণা সমূহ হল –

(i) খোৱা পানীৰ কোনোধৰণৰ বৰণ থাকিব নালাগে অর্থাৎ ই সদায় বৰণহীন হ’ব লাগে।

(ii) খোৱা পানীত কোনো আপত্তিজনক গোন্ধ থাকিব নালাগে ।

(iii) ই আম্লিক বা ক্ষাৰকীয় হ’ব নালাগে ।

(iv) খোৱাপানী পৰিষ্কাৰ আৰু মৃদু হ’ব লাগে ।

(v) আৰ্ছেনিক মুক্ত হ’ব লাগে ।

(vi) ই ৰোগ সৃষ্টিকাৰী বেক্টেৰিয়াৰ পৰা মুক্ত হ’ব লাগে ।

(vii) প্রতি লিটাৰত 0.1 মিঃ গ্ৰাঃতকৈ বেছি আইৰণ আৰু প্ৰতি লিটাৰত 1.0 মিঃগ্ৰাঃতকৈ অধিক ফ্ল’ৰাইড থাকিব  নালাগে।

 

লগতে চাওকঃ  

Leave a Reply