অসমৰ মাটিকালি | অসমৰ চাৰিসীমা | অসমৰ ভৌগোলিক বিশেষত্ব

 

অসমৰ মাটিকালি | অসমৰ চাৰিসীমা | অসমৰ ভৌগোলিক বিশেষত্ব

অসমৰ বিষয়ে 

 

জনসংখ্যাৰ ফালৰ পৰা সবাতোকৈ বৃহৎ আৰু ক্ষেত্ৰফলৰ ফালৰ পৰা দ্বিতীয় স্থানত অৱস্থান কৰা অসম উত্তৰ-পূব ভাৰতত অৱস্থিত| অসমে ৭৮৪৩৮ বৰ্গ কি.মি. (৩০২৮৫ বৰ্গমাইল) ক্ষেত্ৰফল জুৰি আছে| ৰাজ্যখনক উত্তৰে, ভূটান আৰু অৰুণাচল প্ৰদেশ; পূবে, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰ; দক্ষিণে, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম আৰু বাংলাদেশ; আৰু পশ্চিমে পশ্চিমবঙ্গই আৱৰি আছে।

 অসমৰ এক উল্লেখযোগ্য ভৌগোলিক বিশেষত্ব হ’ল যে, ভাৰতৰ ছটা ভূ-বিভাগৰ ভিতৰত ইয়াত তিনিটা ভূ-বিভাগ অর্থাৎ উত্তৰ হিমালয় (পূব পৰ্বতমালা), উত্তৰ সমতলীয় ভূমি (ব্ৰহ্মপুত্ৰ সমতল)আৰু দক্ষিণ মালভূমি (কাৰ্বি আংলং) অৱস্থিত।

লগতে চাওক : অসমৰ ভূগোল , অসমৰ জলবায়ু || দক্ষিণ পশ্চিম মৌচুমী বতাহ

Leave a Reply