অংকিতা-Ongkita Lyrics in Assamese -Shankuraj Konwar

অংকিতা-Ongkita Lyrics in Assamese -Shankuraj Konwar

উকা দুচকুৰে আছুতীয়া বাটেৰে

শুকুলা এজাক দাৱৰ নামে মই চমকো

কপাহী চাদৰৰ সেমেকা আচলখনে

মাতে আওঁখি টো জোনাককে মই চমকো

ঊষাহৰে গহনা তোমাৰে ছবিতে আবিৰ সানো

প্ৰানতে তুমি অংকিতা দুচকুত তোমাক আঁকো

ঊষাহৰে গহনা তোমাৰে ছবিতে আবিৰ সানো

প্ৰানতে তুমি অংকিতা দুচকুত তোমাক আঁকো

তুমি দিলা দিলা দিলা ঠিকনা

অ’হ’ জিয়া জিয়া জিয়া বাসনা

মোৰ হেঙুলিয়া মনে তোমাতে

পাৰে সেউজীয়া প্ৰেমৰ বতৰা

Music

দিলা দিলা দিলা ঠিকনা

দূৰণিৰে আকাশৰে জিলিকা তৰা

কাষৰতে আহি ৰ’লে হি মই চমকো

পৰসৰ উমতেই কিজানো মায়া সনা

উকা ৰাতিতে ফুলে কেতেকী মই চমকো

দুবাহুৰ প্ৰখাৰিলে সৃষ্টিৰ আকুল হেপাহ নামে

উৰি যায় মন বল আকাশ তোমাৰে সপোন আঁকে

তুমি প্ৰাণৰ বৰষা সেউজী মাটিৰে সুবাস সানা

হিয়াৰে বসুন্ধৰা তোমাতেই মতলীয়া

তুমি দিলা দিলা দিলা ঠিকনা

অ’হ’ জিয়া জিয়া জিয়া বাসনা

মোৰ হেঙুলিয়া মনে তোমাতে

পাৰে সেউজীয়া প্ৰেমৰ বতৰা

Music

দিলা দিলা দিলা ঠিকনা

Leave a Reply