অসম স্বাস্থ্য বিভাগত মুকলি হৈছে 896 টা কৈ পদ ।
আবেদনৰ অন্তিম তাৰিখ : 10/06/2021
পদ সমূহ হৈছে
Staff Nurse : ৰ মুঠ 896 টা পদ মুকলি হৈছে ।
বয়সৰ সীমা হৈছে – Up to 43 years as on 31st March 2021
Pay : Rs. 18,000 প্ৰতি মাহে ।
শিক্ষাগত অৰ্হতা : B.Sc. Nursing/GNM Course passed from any Nursing school/institution recognised by Indian Nursing Council and registered with Assam Nurses Midwives and Health Visitors Council.
আবেদন মাচুল : নাই
আবেদন কেনেকৈ কৰিব :
পদ সমূহৰ বাবে অনলাইন আবেদন কৰিব লাগিব ।
আবেদনৰ সময় সীমা :
অনলাইন আবেদন আৰম্ভণি তাৰিখ :01/06/2021
অনলাইন আবেদন অন্তিম তাৰিখ : 10/06/2021
Important Web-Links :
Online apply : Click Here
Advertisement : Click Here