National Water Development Agency (NWDA) Recruitment 2021 : 62 Upper Division Clerk , Junior Engineer , Stenographer & other posts

National Water Development Recruitment 2021

জল উন্নয়ন বিভাগত  ত মুকলি হৈছে 62  টা কৈ পদ  । 

আবেদনৰ অন্তিম তাৰিখ : 25/06/2021


পদ সমূহ হৈছে 

1. Upper Division Clerk : ৰ  মুঠ   12 টা পদ মুকলি  হৈছে ।   (UR-7,OBC-3,SC-1,EWS-1)

শিক্ষাগত অৰ্হতা  : যিকোনো ডিগ্ৰী থকা হব লাগিব  ।

বয়সৰ সীমা হৈছে – 18 পৰা 27 বছৰলৈ সকলোৱে আবেদন কৰিব পাৰিব 

Pay : RS. 25,500-81,100 প্ৰতি মাহে । 



2. Lower Division Clerk : ৰ  মুঠ 23 টা পদ মুকলি  হৈছে ।  (UR-3,SC-1,EWS-1)

i) শিক্ষাগত অৰ্হতা  : HS পাছ হব লাগিব ।

ii) A typing Speed of 35 W.P.M in English or 30 W.P.M in Hindi on Computer.

বয়সৰ সীমা হৈছে – 18 পৰা 27 বছৰলৈ সকলোৱে আবেদন কৰিব পাৰিব ।

Pay : RS. 25,500-81,100 প্ৰতি মাহে । 


 3.  Stenographer Grade II ৰ  মুঠ  05টা পদ মুকলি  হৈছে ।  (UR-7,OBC-3,SC-1,EWS-1)

শিক্ষাগত অৰ্হতা : HS পাছ হব লাগিব   লগতে Skill Test on Computer at the Speed of 80 W.P.M.

বয়সৰ সীমা হৈছে – 18 পৰা 27 বছৰলৈ সকলোৱে আবেদন কৰিব পাৰিব ।

Pay : RS. 25,500-81,100 প্ৰতি মাহে । 




4.  Jr. Accounts Officer ৰ  মুঠ  5 টা পদ মুকলি  হৈছে ।  (UR-4,OBC-1)

শিক্ষাগত অৰ্হতা :   Commerce ডিগ্ৰী থকা হব লাগিব  ।

Three years experience in Cash and Accounts in a Government Office/PSU/Autonomous body/Statutory  Body.  

বয়সৰ সীমা হৈছে – 21 পৰা 30 বছৰলৈ সকলোৱে আবেদন কৰিব পাৰিব ।

Pay : RS. 35,400-1,12,400 প্ৰতি মাহে । 


5.  Junior Engineer (Civil)  ৰ  মুঠ  16 টা পদ মুকলি  হৈছে ।  (UR-11,OBC-1,SC-3,EWS-1)

শিক্ষাগত অৰ্হতা :  Diploma in Civil Engineering or equivalent from a recognized university or equivalent.

বয়সৰ সীমা হৈছে – 18 পৰা 27 বছৰলৈ সকলোৱে আবেদন কৰিব পাৰিব ।

Pay : RS. 35,400-1,12,400 প্ৰতি মাহে । 




6. Hindi Translator ৰ  মুঠ  1 টা পদ মুকলি  হৈছে ।  (UR-1)

শিক্ষাগত অৰ্হতা : Master Degree of a recognized university in Hindi with English as a Compulsory or elective subject or as the medium of examination at the Degree Level.

বয়সৰ সীমা হৈছে – 21 পৰা 30 বছৰলৈ সকলোৱে আবেদন কৰিব পাৰিব ।

Pay : RS. 35,400-1,12,400  প্ৰতি মাহে । 


 

আবেদন মাচুল  :

 An application processing fee of Rs. 840/- for General and OBC category and Rs. 500/- for SC,ST,Women , EWS and PWD category is payble through payment gateway.


আবেদন কেনেকৈ কৰিব : 

পদ সমূহৰ বাবে অনলাইন আবেদন কৰিব লাগিব ।

 

আবেদনৰ সময় সীমা :

অনলাইন আবেদন আৰম্ভণি তাৰিখ :10/05/2021

 অনলাইন আবেদন অন্তিম  তাৰিখ : 25/06/2021

 

Important Web-Links :


Online Apply : Click Here


Advertisement : Click Here  

যদি অনলাইন আবেদন কৰাত অসুবিধা পাইছে।
অতি কম মূল্যত আমাৰ দ্বাৰা অনলাইন আবেদন কৰিব পাৰিব ।  অনলাইন আবেদনৰ বাবে যোগা-যোগ কৰক –  7002166489

Leave a Reply