ENVIS কি

ENVIS

ENVIS হ’ল ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ে সৃষ্টি কৰা এক তথ্য প্ৰযুক্তি ব্যৱস্থা  । ENVIS ৰ সম্পূৰ্ণ নাম হল Environmental Information system  .

এই ব্যৱস্থাটো কেন্দ্ৰীয়ভাৱে দিল্লীত আছে । সমগ্ৰ ভাৰতবৰ্ষৰত  ইয়াৰ ২৫ টা বিভিন্ন শাখা আছে । ENVIS  ৰ দ্বাৰা দেশৰ বিভিন্ন ঠাইৰ পৰিৱেশৰ সমস্যাসমূহ বিজ্ঞানসন্মত ভাৱে বিশ্লেষণ কৰা হয় ।

Leave a Reply