ভূ-তথ্য ব্যৱস্থা GIS

 

geographic information system

ভূ-তথ্য ব্যৱস্থা GIS ( Geographical information system) হ’ল কোনো নিৰ্দিষ্ট অঞ্চলৰ ভৌগোলিক তথ্য  সংগ্ৰহ কৰা এক প্ৰযুক্তি ব্যৱস্থা । দূৰ সংবেদনৰ দৰেই এই প্ৰযুক্তি ব্যৱস্থাৰে ভৌগোলিক অৱস্থান আৰু বিভিন্ন তথ্য ভৌগোলিক তথ্য সংগ্ৰহ কৰি বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰা হয় । ভূচিত্ৰ অংকন কৰিবৰ বাবে এই ব্যৱস্থা ব্যৱহাৰ কৰা হয় । পৰিৱেশ সমস্যাসমূহ ভাল দৰে অধ্যয়ন কৰিবলৈ  এই ভূ-তথ্য ব্যৱস্থা অতি প্ৰয়োজনীয় । আজিকালি পৰিবেশৰ সবিশেষ জানিবলৈ পৰিৱেশ বিজ্ঞানীসকলে এই ব্যৱস্থা ব্যৱহাৰ কৰে ।

Leave a Reply