Full form of OMR || OMR মানে কি ?

 

Full form of OMR

 

 

Full form of OMR :  Optical Mark Recognition

OMR হল এক তথ্য সংগ্ৰহৰ আধুনিক পদ্ধতি । ইয়াৰ সহায়ত পৰীক্ষাৰ্থীক নিৰ্দিষ্ট উত্তৰ পত্ৰ আগতীয়াকৈ দিয়া থাকে ।


পৰীক্ষাৰ্থীয়ে কেৱল নিৰ্দিষ্ট উত্তৰৰ বাবে  থকা বৃত্তকাৰ খালি স্থান সমূহ  সম্পূৰ্ণকৈ Black ball pen ৰে পূৰ কৰিব লাগে । পূৰ কৰা খালী বৃত্তাকাৰ  স্থান সমূহ পিছত স্কেনাৰেৰে স্কেন কৰি লোৱা হয় ।

Leave a Reply