Full form of OMR : Optical Mark Recognition
OMR হল এক তথ্য সংগ্ৰহৰ আধুনিক পদ্ধতি । ইয়াৰ সহায়ত পৰীক্ষাৰ্থীক নিৰ্দিষ্ট উত্তৰ পত্ৰ আগতীয়াকৈ দিয়া থাকে ।
পৰীক্ষাৰ্থীয়ে কেৱল নিৰ্দিষ্ট উত্তৰৰ বাবে থকা বৃত্তকাৰ খালি স্থান সমূহ সম্পূৰ্ণকৈ Black ball pen ৰে পূৰ কৰিব লাগে । পূৰ কৰা খালী বৃত্তাকাৰ স্থান সমূহ পিছত স্কেনাৰেৰে স্কেন কৰি লোৱা হয় ।