নয়নত চকুলাে লৈ – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

 

নয়নত চকুলাে লৈ

নয়নত চকুলাে লৈ

চোৱা কিয় মুখলৈ

কৰুণ অৰুণ আঁখি

 বিষাদ পাহিৰে ঢাকি

আছা কিয় তাতে ৰৈ?

ডকা চাকনৈয়া আনি

নিশাৰে কালিমা সানি

নােবােৱাবা লােৰ নৈ।

Leave a Reply