SSC Recruitment 2020 : Apply Online for 5000 Post ||আবেদন কৰা অন্তিম সময় হৈছে 15 ডিচেম্বৰ2020

 Staff Selection Commission (SSC) মুকলি হৈছে 5000 পদ । এই পদ সমূহৰ বাবে অনলাইন  মাধ্যমৰে আবেদন কৰিব লাগিব । আবেদন কৰা অন্তিম সময় হৈছে 15 ডিচেম্বৰ2020 ।

SSC  Recruitment 2020 : Apply Online



পদ সমূহ হৈছে – 


1) Lower Division Clerk (LDC)

salary( দৰমহা) :  (LDC)= Rs. 19,900 – 63,200/-
শিক্ষাগত অৰ্হতা : HS পাছ হব লাগিব ।

2) Junior Secretariat Assistant (JSA)
salary( দৰমহা) : (JSA) = Rs. 19,900 – 63,200/-
শিক্ষাগত অৰ্হতা : HS পাছ হব লাগিব ।

3)Postal Assistant (PA)


salary( দৰমহা) 🙂 (PA)  = Rs. 25,500 – 81,100/-
শিক্ষাগত অৰ্হতা : HS পাছ হব লাগিব ।

4) Sorting Assistant (SA)
salary( দৰমহা) :(SA) = Rs. 25,500 – 81,100/-
শিক্ষাগত অৰ্হতা : HS পাছ হব লাগিব ।

5) Data Entry Operator (DEO)
salary( দৰমহা) :(DEO) = Rs. 25,500 – 81,100/-
শিক্ষাগত অৰ্হতা : HS পাছ হব লাগিব ।

6) Data Entry Operator, Grade A
salary( দৰমহা) : Rs. 25,500 – 81,100/-
শিক্ষাগত অৰ্হতা : বিজ্ঞান শাখাৰ পৰা HS পাছ হব লাগিব  আৰু গণিত বিষয় থকা হব লাগিব ।

বয়সৰ সময় সীমা : 



সকলো পদৰ বাবে বয়সৰ সীমা হৈছে  18 পৰা 27 বছৰলৈ সকলোৱে আবেদন কৰিব পাৰিব  ।                   

SC/ST  বাবে 5 বছৰ ৰেহাই থাকিব । 

OBC/MOBC বাবে 3 বছৰ ৰেহাই থাকিব । 

PWD বাবে 10 বছৰ ৰেহাই থাকিব ।

আবেদন ফিছ-   100 / টকা । 

মহিলা ,SC/ST ,PWD আৰু Ex-service man আবেদন ফিছ দিব নালাগে ।


অনলাইন  আবেদন আৰম্ভনিৰ তাৰিখ – 06/11/2020

আবেদনৰ অন্তিম তাৰিখ হৈছে – 15/12/2020


অফিচিয়েল ৱেবচাইট – ইয়াত ক্লিক কৰক

বিজ্ঞাপনৰ বাবে  = ইয়াত ক্লিক কৰক

অনলাইন আবেদনৰ বাবে = ইয়াত ক্লিক কৰক

যদি অনলাইন আবেদন কৰাত অসুবিধা পাইছে।
অতি কম মূল্যত আমাৰ দ্বাৰা অনলাইন আবেদন কৰিব পাৰিব । 
অনলাইন আবেদনৰ বাবে যোগা-যোগ কৰক –7002166489

Leave a Reply