DHSFW Assam Recruitment 2020 – Grade-III Technical and Non Technical 594 Posts

 DHSFW মুকলি হৈছে 594  Grade-III Technical and Non Technical Posts                   পদ সমূহৰ বাবে অনলাইন মাধ্যমত আবেদন কৰিব লাগিব ।

DHSFW মুকলি হৈছে 594  Grade-III Technical and Non Technical Posts

1. Refrigerator Mechanic :

মুঠ  01 টা পদ মুকলি  হৈছে । 

salary( দৰমহা)  :  Rs.14,000 – 60,500/- + GP Rs. 7,600প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : HS পাছ লগত ITI ডিপ্লমা থকা হব লাগিব । 

2) Computor :

মুঠ  15 টা পদ মুকলি  হৈছে । 

salary( দৰমহা)  :  Rs.14,000 – 60,500/- + GP Rs. 6,200প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : কলা , বাণিজ্যিক আৰু বিজ্ঞান শাখাৰ  যিকোনো ডিগ্ৰী থকা হব লাগিব  । আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্লমা থকা হব লাগিব।

3) Junior Assistant :

মুঠ  8 টা পদ মুকলি  হৈছে । 

salary( দৰমহা)  :  Rs.14,000 – 60,500/- + GP Rs. 6,200প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : কলা , বাণিজ্যিক আৰু বিজ্ঞান শাখাৰ  যিকোনো ডিগ্ৰী থকা হব লাগিব  । আৰু 6 মাহৰ কম্পিউটাৰ ডিপ্লমা থকা হব লাগিব।

4) Field Worker/Social Worker :

মুঠ  11 টা পদ মুকলি  হৈছে । 

salary( দৰমহা)  :  Rs.14,000 – 60,500/- + GP Rs. 6,200প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : HS পাছ লগত নিম্নতম ছয় মাহৰ কম্পিউটাৰ ডিপ্লমা থকা হব লাগিব ।

5) Field & Evaluation Worker :

মুঠ  3 টা পদ মুকলি  হৈছে । 

salary( দৰমহা)  :  Rs.14,000 – 60,500/- + GP Rs. 6,200প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : HS পাছ লগত নিম্নতম ছয় মাহৰ কম্পিউটাৰ ডিপ্লমা থকা হব লাগিব । 

6) ANM (Auxiliary Nurse & Midwives) :

মুঠ  545 টা পদ মুকলি  হৈছে । 

salary( দৰমহা)  :  Rs.14,000 – 60,500/- + GP Rs. 6,200প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা :
ANM Training Passed from Assam Govt. Institution or Institution recognized by India Nursing Council and Assam Nursing Council and Registered under Assam Nursing Council.

7) Steno Typist :

মুঠ  7 টা পদ মুকলি  হৈছে । 

salary( দৰমহা)  :  Rs.14,000 – 60,500/- + GP Rs. 6,200প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : কলা , বাণিজ্যিক আৰু বিজ্ঞান শাখাৰ  যিকোনো ডিগ্ৰী থকা হব লাগিব ।

8) Laboratory Technician :

মুঠ  3 টা পদ মুকলি  হৈছে । 

salary( দৰমহা)  :  Rs.14,000 – 60,500/- + GP Rs. 6,200প্ৰতি মাহে ।

শিক্ষাগত অৰ্হতা : HS পাছ লগত Laboratory Technician ডিপ্লমা বা চেৰ্টিফিকত থকা হব লাগিব ।

বয়সৰ সময় সীমা : 
সকলো পদৰ বাবে বয়সৰ সীমা হৈছে  18 পৰা 40 বছৰলৈ সকলোৱে আবেদন কৰিব পাৰিব  ।    
 আবেদন ফিজ- নাই  ।

অনলাইন  আবেদন আৰম্ভনিৰ তাৰিখ – 06/10/2020

আবেদনৰ অন্তিম তাৰিখ হৈছে – 21/10/2020 

অফিচিয়েল ৱেবচাইট – ইয়াত ক্লিক কৰক

বিজ্ঞাপনৰ বাবে  = ইয়াত ক্লিক কৰক

অনলাইন আবেদনৰ বাবে = ইয়াত ক্লিক কৰক 

যদি অনলাইন আবেদন কৰাত অসুবিধা পাইছে। 

অতি কম মূল্যত আমাৰ দ্বাৰা অনলাইন আবেদন কৰিব পাৰিব ।  অনলাইন আবেদনৰ বাবে যোগা-যোগ কৰক –7002166489

Leave a Reply