IBPS ত 1417 পদ খালী

  Institute of Banking Personnel Selection


Institute of Banking Personnel Selection ত খালী হৈছে 1,417  পদ ।

উক্ত খালি পদ সমূহ –

  Probationary officer ,
  Management Trainees 

IBPS সঞ্চালকে প্ৰকাশ কৰা বিজ্ঞানৰ তথ্য অনুসৰি ,
1,417 পদ পূৰণ হব লগীয়া বেংকসমূহ  হৈছে –

  বেংক অৱ ইণ্ডিয়া  -734   ,
বেংক অৱ মহাৰাষ্ট্ৰ  – 250 ,
 পাঞ্জাৱ এণ্ড সিন্ধ বেংক – 83  ,
ইউকো বেংক –  350  ।

আবেদনকাৰী প্ৰাৰ্থী চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাৰ স্নাতক ডিগ্ৰীধাৰী  হোৱা হব লাগিব ।
প্ৰাৰ্থীৰ বয়স 1 আগষ্ট  , 2020  লৈ  20 -30 বছৰ হব লাগিব  ।
মুঠ খালি পদ  1,417  টাৰ ভিতৰত
এছ চি – 196
এছ টি  – 89
অ বি চি – 300
অসংৰক্ষিত – 690
আর্থিক ভাৱে দুৰ্বল শ্ৰেণীৰ বাবে – 142 টা পদ সংৰক্ষিত থাকিব ।
দিব্যাংগ শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে 83 টা পদ বিশেষ ভাবে সংৰক্ষিত থাকিব ।
আবেদন মাচুল –
এছ চি ,  এছ টি আৰু দিব্যাংগ শ্রেণীৰ প্ৰাৰ্থীয়ে
175 টকা পৰিশোধন কৰিব লাগিব ।
আনহাতে অন্যান্য  শ্ৰেণীৰ প্ৰাৰ্থীয়ে 850 টকা পৰিশোধন কৰিব লাগিব ।

বিজ্ঞাপনৰ বিষয়ক বিতং তৈথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অৰ্হতা , অভিজ্ঞতা , বয়স শ্ৰেণীক ধৰি অনলাইনযোগে আবেদন কৰিবলৈ IBPS ৰ  ৱেবচাইট ভিজিত কৰক 👇👇👇
অনলাইন যোগে আবেদন দাখিল , নাম পঞ্জীয়ন আৰু মাচুল পৰিশোধন প্ৰক্ৰিয়া 5 আগষ্ট , 2020 পৰা আৰম্ভ হৈছে ।
আবেদনৰ অন্তিম তাৰিখ 26 আগষ্ট , ২০২০ ।

Leave a Reply