ESI Hospitalত পদ মুকলি

ESI Hospital
ESI Hospitalত 18 টা কৈ চফীই কৰ্মীৰ পদ মুকলি  । অসমৰ সকলেৱে apply কৰিব পাৰিব ।
এই পদ সমূহৰ বাবে Walk interview হব আন কোনো লিখিত পৰীক্ষা নহয় । 
শিক্ষাগট অৰ্হতা –  নিম্নতম  অষ্টম শ্ৰেণী উত্তীৰ্ণ 
বেতন :  ১২০০০ প্ৰতি মাহে । 
সাক্ষাৎকাৰৰ দিন : ২৪/০৮/২০২০
সময়  :  পুৱা ১০:৩০ বজাৰ পৰা 
মুঠ পদ :   ১৮ টা 
ইচ্ছুক প্ৰাৰ্থীয়ে সাক্ষাৎকাৰৰ বাবে আহোতে নিজৰ পৰিচয় পত্ৰ ( পাণ কাৰ্ড / আধাৰ কাৰ্ড) লগতে শিক্ষাগত অৰ্হতা আৰু অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ লৈ আহিব লাগিব । 
সাক্ষাৎকাৰৰ স্থান – প্ৰশাসনীয় চিকিৎসা বিষয়া ৰাজ্য বীমা আঁচনি কাৰ্য্যলয় ,
  অসম , জবাহৰনগৰ  , গুৱাহাটী -২২
বিজ্ঞাপন : ইয়াত ক্লিক কৰক

Leave a Reply