পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগ, অসম মুকলি হৈছে বহুতো পদ ।
পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগত 1004 টা পদ মুকলি হৈছে ।
পদ সমূহ হৈছে –
i) Assistant block development officer ( panchayat)
পদ মুকলি হৈছে – 39 টা , (UR-15, OBC/MOBC-10, SC-3, STP-4, STH-2, PH-1, EWS -4)
Salary (দৰমহা) = Rs.14,000-60, 500 (-+GP Rs. 7600)
ii) Assistant block development officer (W&C)
পদ মুকলি হৈছে – 46 টা , (UR-18, OBC/MOBC-12, SC-3, STP-5, STH-2)
Salary (দৰমহা) = Rs.14,000-60, 500 (-+GP Rs. 7600)
iii) Assistant block development officer( Senior gram sevak)
পদ মুকলি হৈছে – 88 টা , (UR-33, OBC/MOBC-24, SC-6, STP-9, STH-4, PH-3, EWS-9)
Salary (দৰমহা) = Rs.14,000-60, 500 (-+GP Rs. 7600)
iv) Gaon Panchayat Secretary –
পদ মুকলি হৈছে – 578 টা , (UR-220 , OBC/MOBC-156, SC-40, STP-58 , STH-29, PH- 17, EWS
-58 )
-58 )
Salary (দৰমহা) = Rs.14,000-60, 500 (-+GP Rs. 7400)
v) Junior assistant
পদ মুকলি হৈছে – 10 টা , (UR-4, OBC/MOBC-3 , SC-1, STP-1, STH-0, PH-0, EWS- 1)
Salary (দৰমহা) = Rs.14,000-60, 500 (-+GP Rs. 5,600)
vi) Tax collection cum Road mohar
পদ মুকলি হৈছে – 243 টা , (UR-93, OBC/MOBC-66 , SC-17 , STP- 24 , STH-2, PH – 7 , EWS-24 )
Salary (দৰমহা) = Rs.14,000-60, 500 (-+GP Rs. 5200)
বয়সৰ সময় সীমা :
সকলো পদ সমূহৰ বাবে বয়সৰ সময় সীমা – 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হব লাগিব ।
Eligibility criteria :
i) প্ৰাৰ্থী জন অসমৰ স্থায়ী বাসিন্ধা হব লাগিব ।
i) প্ৰাৰ্থী জন অসমৰ স্থায়ী বাসিন্ধা হব লাগিব ।
ii) প্ৰাৰ্থীৰ নাম পঞ্জীয়ন কৰন কৰা হব লাগিব ।
শিক্ষাগত অৰ্হতা :
i) সকলো পদ সমূহৰ বাবে Graduation হব লাগিব ।
ii) Gaon Panchayat Secretary পদৰ কাৰণে
Commerce Graduation লাগিব ।
আবেদন কৰিবলৈ প্ৰয়োজনীয় তথ্য :
i ) বয়সৰ প্ৰমাণৰ বাবে মেট্ৰিকৰ এডমিত কাৰ্ড বা জন্ম প্ৰমাণ পত্ৰ লাগিব ।
ii) Graduation ৰ মাৰ্ক্সচিট আৰু প্ৰমাণ পত্ৰ লাগিব । ( লগতে Junior assistant পদৰ কাৰণে কম্পিউটাৰ ডিপ্লমা লাগিব ।
iii) OBC/MOBC/SC/ST ৰ প্ৰাৰ্থীৰ বাবে Caste Certificate লাগিব ।
iv) Employment Exchange Register card/ certificate লাগিব ।
v) EWS পাৰ্থৰ বাবে EWS certificate লাগিব ।
অনলাইন আবেদন আৰম্ভ হৈছে – 28/08/2020
আবেদনৰ অন্তিম তাৰিখ হৈছে – 17/09/2020
অনলাইন আবেদন আৰম্ভ হৈছে – 28/08/2020
আবেদনৰ অন্তিম তাৰিখ হৈছে – 17/09/2020
যদি অনলাইন আবেদন কৰাত অসুবিধা পাইছে।
অতি কম মূল্যত আমাৰ দ্বাৰা অনলাইন আবেদন কৰিব পাৰিব । অনলাইন আবেদনৰ বাবে যোগা-যোগ কৰক – 7002166489