পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগ , অসম || PNRD Assam Recruitment 2020

পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগ, অসম মুকলি হৈছে বহুতো পদ ।
পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগত 1004  টা
পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগত 1004  টা পদ   মুকলি হৈছে  ।
পদ সমূহ হৈছে –

i) Assistant block development officer ( panchayat)

পদ মুকলি হৈছে –  39 টা  ,  (UR-15, OBC/MOBC-10, SC-3, STP-4, STH-2, PH-1, EWS -4)

  Salary  (দৰমহা) = Rs.14,000-60, 500  (-+GP Rs. 7600)

ii) Assistant block development officer (W&C)

পদ মুকলি হৈছে –  46 টা  , (UR-18, OBC/MOBC-12, SC-3, STP-5, STH-2)

  Salary  (দৰমহা) = Rs.14,000-60, 500  (-+GP Rs. 7600)

iii)  Assistant block development officer( Senior gram sevak)

পদ মুকলি হৈছে –  88 টা  , (UR-33, OBC/MOBC-24, SC-6, STP-9, STH-4, PH-3, EWS-9)

  Salary  (দৰমহা) = Rs.14,000-60, 500  (-+GP Rs. 7600)

iv) Gaon Panchayat Secretary –

পদ মুকলি হৈছে –  578 টা  , (UR-220 , OBC/MOBC-156, SC-40, STP-58 , STH-29, PH- 17, EWS
-58 )
  Salary  (দৰমহা) = Rs.14,000-60, 500  (-+GP Rs. 7400)

v) Junior assistant

পদ মুকলি হৈছে –  10 টা  , (UR-4, OBC/MOBC-3 , SC-1,  STP-1, STH-0, PH-0, EWS- 1)

  Salary  (দৰমহা) = Rs.14,000-60, 500  (-+GP Rs. 5,600)

vi)   Tax collection cum Road mohar

পদ মুকলি হৈছে –  243 টা  , (UR-93, OBC/MOBC-66 , SC-17 , STP- 24 , STH-2, PH – 7 , EWS-24 )

  Salary  (দৰমহা) = Rs.14,000-60, 500  (-+GP Rs. 5200)



বয়সৰ সময় সীমা :

সকলো পদ সমূহৰ বাবে বয়সৰ সময় সীমা – 18 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হব লাগিব ।


Eligibility criteria :


i)  প্ৰাৰ্থী জন অসমৰ স্থায়ী বাসিন্ধা হব লাগিব ।

ii) প্ৰাৰ্থীৰ নাম পঞ্জীয়ন কৰন  কৰা হব লাগিব ।


শিক্ষাগত অৰ্হতা :

i) সকলো পদ সমূহৰ বাবে Graduation হব লাগিব ।  

ii)  Gaon Panchayat Secretary পদৰ কাৰণে
Commerce Graduation লাগিব ।


আবেদন কৰিবলৈ প্ৰয়োজনীয় তথ্য :

i ) বয়সৰ প্ৰমাণৰ বাবে মেট্ৰিকৰ এডমিত কাৰ্ড বা জন্ম প্ৰমাণ পত্ৰ লাগিব ।

ii)  Graduation ৰ মাৰ্ক্সচিট আৰু প্ৰমাণ পত্ৰ লাগিব । ( লগতে Junior assistant পদৰ কাৰণে কম্পিউটাৰ ডিপ্লমা লাগিব ।

iii) OBC/MOBC/SC/ST  ৰ প্ৰাৰ্থীৰ বাবে  Caste Certificate লাগিব ।

iv) Employment Exchange Register card/ certificate  লাগিব ।

v) EWS পাৰ্থৰ বাবে EWS certificate  লাগিব ।


অনলাইন  আবেদন আৰম্ভ হৈছে – 28/08/2020

আবেদনৰ অন্তিম তাৰিখ হৈছে – 17/09/2020


বিজ্ঞাপনৰ বাবে –   ইয়াত ক্লিক কৰক
অফিচিয়েল ৱেবচাইট  – ইয়াত ক্লিক কৰক


যদি অনলাইন আবেদন কৰাত অসুবিধা পাইছে।
অতি কম মূল্যত আমাৰ দ্বাৰা অনলাইন আবেদন কৰিব পাৰিব ।  অনলাইন আবেদনৰ বাবে যোগা-যোগ কৰক –  7002166489

Leave a Reply