অসমৰ Labour department মুকলি হৈছে বহুটো পদ

Junior assistant
অসমৰ  Labour department ত মুকলি হৈছে 40 টা কৈ পদ  । 
পদ সমূহ হৈছে 
i)  Junior assistant (district level) ৰ  মুঠ  32 টা পদ মুকলি  হৈছে । 
salary :  14,000-60,500  প্ৰতি মাহে । 
শিক্ষাগট অৰ্হতা : যিকোনো ডিগ্ৰী থকা হব লাগিব  । লগতে কম্পিউটাৰৰ জ্ঞান যুক্ত হব লাগিব । 
i i  )   Junior assistant ( H Q level) : ৰ  মুঠ  5 টা পদ মুকলি  হৈছে । 
salary :  14,000-60,500  প্ৰতি মাহে । 
শিক্ষাগট অৰ্হতা : যিকোনো ডিগ্ৰী থকা হব লাগিব  । লগতে কম্পিউটাৰৰ জ্ঞান যুক্ত হব লাগিব । 
i i i )   computer ( H Q level) : ৰ  মুঠ  2 টা পদ মুকলি  হৈছে । 
salary :  14,000-60,500  প্ৰতি মাহে । 
শিক্ষাগট অৰ্হতা : যিকোনো ডিগ্ৰী থকা হব লাগিব  । লগতে কম্পিউটাৰৰ জ্ঞান যুক্ত হব লাগিব । 
iV)  stenographer( Grade III) ৰ  1 টা পদ মুকলি  হৈছে । 
salary :  14,000-60,500  প্ৰতি মাহে । 
শিক্ষাগট অৰ্হতা : যিকোনো ডিগ্ৰী থকা হব লাগিব  । লগতে stenographer  বিভাগৰ হব লাগিব । 
সকলো পদৰ বাবে বয়সৰ সীমা হৈছে – 18 পৰা 38 বছৰলৈ সকলোৱে আবেদন কৰিব পাৰিব 
আবেদনৰ মাচুল – নাই 

বাচনীৰ প্ৰক্ৰিয়া : প্ৰথমে লিখিত পৰীক্ষা হব । তাৰপিছত কম্পিউটাৰ Computer based 

পৰীক্ষা হব ।
অনলাইন আবেদন  আৰম্ভ হব 24 আগষ্টৰ পৰা  ।

অনলাইন আবেদন অন্তিম তাৰিখ 12 ছেপ্টেম্বৰ 2020  
বিজ্ঞাপনটো চাবলৈ : ইয়াত ক্লিক কৰক

Leave a Reply