ভাৰতৰ প্ৰথম চলচ্চিত্ৰ – মহাকাশচাৰী – ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী

ভাৰতৰ প্ৰথম মহাকাশ চাৰী

 

ভাৰতৰ প্ৰথম –

পুৰস্কাৰ প্ৰাপ্তসকল

ভাৰতৰত্ন বঁটা বিজয়ী
 : চি. ৰাজাগোপালাচাৰী (১৯৫৪)

 

পদ্মশ্ৰী বঁটা বিজয়ী অভিনেত্ৰী
: নাৰ্জীছ দত্ত (১৯৫৮)
দাদা চাহেব ফাল্কে বঁটা বিজয়ী
: দেৱীকা ৰাণী (১৯৬৯)

মহাকাশচাৰী

পুৰুষ মহাকাশচাৰী
: ৰাকেশ শৰ্মা (১৯৮৪)

মহিলা মহাকাশচাৰী
: ড° কল্পনা চাওলা (১৯৯৭) 

প্ৰথম চলচ্চিত্ৰ

: ৰজা হৰিচন্দ্ৰ (১৯৩১)

প্ৰথম আই.এ.এছ বিষয়া

: সত‍্যেন্দ্ৰ নাথ ঠাকুৰ ।

মহিলা আই.এ.এছ বিষয়া
: আন্না ৰাজন জৰ্জ ।
প্ৰথম মহিলা এই.পি.এছ
: কিৰণ বেদী (১৯৭৪)

অলিম্পিক

অলিম্পিকত সোণৰ পদক প্ৰাপ্ত প্ৰথম জন ভাৰতীয়
: অভিনৱ বিন্দ্ৰা (২০০৮)

প্ৰথম প্ৰধান মন্ত্ৰী

:পণ্ডিত জৱাহৰলাল নেহৰু(১৯৪৭-১৯৬৪)

প্ৰথম উপ-প্ৰধান মন্ত্ৰী :  চৰ্দাৰ বল্লভভাই পেটেল ।(১৯৪৭-১৯৫০)
প্ৰথম মহিলা প্ৰধান মন্ত্ৰী : ইন্দিৰা গান্ধী ।

প্ৰথম ৰাষ্ট্ৰপতি

: ড° ৰাজেন্দ্ৰ প্ৰসাদ (১৯৫০-১৯৬২) ।

প্ৰথম মহিলা ৰাষ্ট্ৰপতি
: প্ৰতিভা দেৱী সিং  পাটিল  ।

ৰে’লৱে

: ভাৰতৰ প্ৰথম ৰে’ল যাত্ৰা  মুম্বাইৰ পৰা থানেলৈ (৩৪ কি:মি:) ১৮৫৩ চনৰ ১৬ এপ্ৰিল ।

 

 

Leave a Reply