নিছলা আইৰে আমি খাঁটি অসমীয়া – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

Bishnu rabha sangit

নিছলা আইৰে
আমি খাঁটি অসমীয়া
অসমী আইৰে আমি
ছােৱালী ধুনীয়া
ধৰণী শুৱাই থকা
অতি মোহনিয়া।
খােপাত কপৌফুল, হাতত জেতুকাৰ বােল
ওঁঠত পৃখৰ বােল, সজোৱা বুলোৱা
বিজ্ঞান প্রজ্ঞান লৈ আগবাঢ়ি যােৱা।
নিচলা… … …ধুনীয়া
কবিতাৰে মােহ ছন্দ পাহৰি পেলােৱা অ’ পাহৰি পেলোৱা
বিৰাষিণীৰ বেশ ধৰি অগনি জ্বলােৱা
বিজ্ঞান প্রজ্ঞান লৈ আগবাঢ়ি যােৱা
নিচলা… … ধুনীয়া।

Leave a Reply