জীৱন ভৰি তােমাৰে গান গালােঁ – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

Bisnu prashad rabha song

জীৱন ভৰি তােমাৰে গান গালোঁ
দেহা-বীণৰ তাঁৰ জোকাৰি
কিমান সুৰ বজালোঁ
তেও যে প্রভু তােমাক নেপালোঁ।
সেই ৰাগিণীৰ তালে তালে
নাচনী জোনায়ে
নীল আকাশৰ চোতালতে
জ্বলে ছেৱে ছেৱে
মােৰেই সুৰত নাচে নে তাই
তােমাৰ সুৰত নাচে
তােমাৰ অসীম লীলা নুবুজিলোঁ।
তেওঁ যে প্রভু তােমাক নেপালোঁ।

Leave a Reply