উটি যা ৰূপালী নাও – বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত

 ৰূপালী নাও
উটি যা ৰূপালি নাও
উটি যা উটি যা ৰূপালি নাও
জুৰুকৈ বা জুৰুকৈ বা
অ’ মােৰ পছােৱা মলয়া বা।
দেখি তােৰ শুকুলা পাল
হিয়া মােৰ মাৰে নিতাল
শুনি তােৰ মৃদুল সুৰ
সিয়ঁৰি উঠে মোৰ গা
লুইতৰ বুকুৰে ঢল
নাচি কৰে কলমল
 গাই গৈ কল কল
তােলে সুমধুৰ ৰাগ।।

Leave a Reply