মাইনা মাইনা তুমি মোৰ মনেতৰা – Zubeen Garg

Zubin garg song

মাইনা মাইনা তুমি মোৰ মনেতৰা
মাইনা মাইনা তুমি মোৰ নাজিতৰা

মাইনা মাইনা গােলাপৰে পাহি ধুনীয়া
মাইনা মাইনা পদুমৰে কলি ধুনীয়া

মাইনা মাইনা ৰ’দে বৰষুণে অমিয়া
মাইনা মাইনা তুমি আকাশ তৰা ভৰা
কওঁ নকওঁ কওঁ নকওঁ কথা বুকুৰে
চাওঁ  নাচাওঁ  চাওঁ নাচাওঁ তোমাৰ চকুলে

ভয় লাগে কি জানি তুমি নােচোৱা মোলে। আঁতৰাই ৰাখা যাদি দূৰতে
হিয়া যদি ভাঙে তোমাৰ কথাতে
জীয়াই থকাটো হ’বগৈ যাতনা ।

ৰাতি দিন দিন ৰাতি হৰিলা ঘুমটি
কিনাে পাপ কৰিলোঁ নেজানি নুবুজি

যদি দিব পাৰা দিয়াহি
মোৰ চকুৰ ঘুমটি
কিনো পাপ কৰিলোঁ নেজানি নুবুজি
যদি দিব পাৰা দিয়াহি
মোৰ চকুৰ ঘুমটি বুকুৰে এধানি শান্তি
যদি ল’ব পাৰা লোৱাহি
মোৰ মৰম আঁকোৱালি
ল’ব দিয়া জিৰণি
দুবাহুত তােমাৰ।।

Leave a Reply