জুইশলা বাকচটোত কি লগােৱা থাকে? নকল সােণ কাক কোৱা হয় ? চন্দ্ৰ গ্ৰহণ বছৰত কেইবাৰ হয় ? পোহৰৰ গতিবেগ কিমান?

বিজ্ঞান

প্র: জুইশলা বাকচটোত কি লগােৱা থাকে?
উ:  জুইশলা বাকচত ৰেড ফচফৰাচ লগোৱা
থাকে।

প্ৰ:   কুৱাত কি ঔষধ দিয়া হয়?
উ:  পটেছিয়াম পাৰমেংগানেট বা ব্লিচিং পাউদাৰ।

প্ৰ:  খোৱা পানীত কি গেছ মিহলাই দিয়া হয়?
উ:   নাইট্রজেন গেছ।

প্ৰ : মানুহৰ চকুৰ পানীত কি পােৱা যায় ?
উ : চোডিয়াম ক্লৰাইড ।

প্ৰ: নকল সােণ কাক কোৱা হয়?নকল সােণ কাক কোৱা হয়?
উ:  আয়ৰণ অক্সাইডক।

প্ৰ:  বিজুলী হিটাৰত কি ধাতুৰ তাৰ থাকে?
উ:  নাইক্ৰমৰ তাৰ।

প্ৰ:  বাল্বৰ ফিলামেন্ট ডাল কি ধাতুৰে তৈয়াৰী?
উ:  টাংস্টেন ধাতুৰে।

প্ৰ : পানীত কি কি গেছ থাকে?
উ:  হাইড্রজেন আৰু অক্সিজেন।

প্ৰ: সূর্যৰ পােহৰত কেইটা ৰং থাকে?
উ:  সাতটা।

প্ৰ : সকলােতকৈ কোমল ধাতু কি?
উ: সোন ।

প্ৰ: পোহৰৰ গতিবেগ কিমান?
উ:  ৩ লাখ কিলােমিটাৰ প্রতি চেকেণ্ড ।

প্ৰ :  শব্দেৰ গতিবেগ কিমান ?
উ:  ৩৩২ মিটাৰ  প্রতি চেকেণ্ড।

প্ৰ : সন্ধ্যা তৰা কোনটো গ্ৰহক কোৱা হয় ?
উ:  শুক্ৰগ্ৰহক ।

প্ৰ :  কোনটো ৰাসায়নিক পদাৰ্থ পানীত দিলে
জ্বলি উঠে ?
উ:   চ’ডিয়াম  ।

প্ৰ :  সকলোতকৈ বিষাক্ত পদাৰ্থ কোনটো ?
উ :  ৰেডিয়াম ।

প্ৰ : আমাৰ পৃথিৱী খন কিমান গতিবেগেৰে
ঘুৰে ?
উ:   ১৮০০কিলোমিটাৰ প্ৰতি ঘণ্টাত ।

প্ৰ : ক’ত দিনত তৰা দেখা পোৱা যায় ?
উ : অন্তৰিক্ষত ।

প্ৰ :  চন্দ্ৰ গ্ৰহণ বছৰত কেইবাৰ হয় ?
উ : তিনি  বাৰ  পর্যন্ত ।

প্ৰ :  কি গেছ শুঙিলে মানুহ হাছিয়াই থাকে ?
উ :  নাইট্ৰচ অক্সাইড শুঙিলে ।

প্ৰ : ৰেড ষ্টাৰ কোনটো গ্ৰহক কোৱা হয় ?
উ :  মঙ্গল গ্ৰহক কোৱা হয় ।

প্ৰ : পাতৰ ৰঙ সেউজীয়া কিয় হয় ?
উ : ক্লৰ’ফিলৰ কাৰণে ।

প্ৰ : উৰা জাহাজৰ গতিবেগ নিৰ্ণয় কৰা যন্ত্ৰটোৰ
নাম কি ?
উ : হোকুমিটাৰ ।

Leave a Reply