হেকাৰে বিক্ৰী কৰিলে চুৰি তথ্য

ডাৰ্ক ৱেবত ৭৩ নিযুত লোকৰ চুৰি তথ্য বিক্ৰী কৰিলে হেকাৰে

Hacker

হেকাৰ চক্রই বিভিন্ন লােকৰ পৰা সংগ্রহ  কৰা গুৰুত্বপূর্ণ তথ্য ডার্ক ৱেবত বিক্ৰীৰ তথ্য পােহৰলৈ  আহিছে। জেদ ডি নেট নামৰ সংস্থাটোৰ মতে ছাইনী   হাণ্টাছৃ নামৰ এই হেকাৰ চক্ৰটোৱে বিভিন্ন ৱেবছাইটৰ পৰা ৭৩.২ নিযুত লােকৰ গুৰুত্বপূর্ণ তথ্য সংগ্রহ কৰিছে।
ইয়াৰে ভিতৰত ডেটিং এপ জুস্কৰ পৰা ৩০ নিযুত, প্রিন্টিং ছাৰ্ভিছ চাটবুকৰ পৰা ১৫ নিযুত গ্রাহকৰ তথ্য চুৰি কৰা হৈছিল। বাকী তথ্যসমূহ চুৰি কৰা হৈছিল ষ্টাৰ ট্রিবিউন নিউজ পেপাৰ, দক্ষিণ কোৰিয়াৰ ফেশ্বন আৰু ফার্নিচাৰ | ৱেবছাইট আৰু ক্রনিকেল অব হায়াৰ এডুকেচনৰ পৰা । 

Leave a Reply