| শেলাই |
ভেঁকুৰ |
| শেলাইবােৰ স্বপুষ্ট জীৱ। |
ভেঁকুৰ পৰপুষ্ট জীৱ । |
| ইহঁতৰ কোষত ক্ল’ৰ প্লাষ্ট থাকে । |
ইহঁতৰ কোষত ক্ল’ৰ প্লাষ্ট নাথাকে । |
| কোষবেৰ চেলুল’জ আৰু পেকটিনৰ দ্বাৰা গঠিত। |
কোষবেৰ কাইটিন নামৰ পদাৰ্থৰে গঠিত । |
| ইহঁতৰ বেছিভাগেই জলজ। |
ইহঁতে পৰজীৱী বা মৃতজীৱ হিচাপে বাঁহ কৰে । |