ভাৰতীয় ক্রিকেট দলটোৰ বলিং প্রশিক্ষক হ’বলৈ ইচ্ছা আখতাৰৰ

পাকিস্তান

ভাৰতীয় ক্রিকেট দলটোৰ বলিং প্রশিক্ষক হ’বলৈ ইচ্ছা ব্যক্ত কৰিছে পাকিস্তান ক্রিকেট দলৰ প্ৰাক্তন তাৰকা পেচ বলাৰ ছােৱেইব আখতাৰে। যদি ভাৰতীয় দলৰ পৰা প্ৰস্তাৱ আহে, তেতিয়াহ’লে তেওঁ ভাৰতীয় দলৰ বলিং প্রশিক্ষক হােৱাত কোনাে আপত্তি নাই বুলি ব্যক্ত কৰে পাক দলটোৰ প্ৰাক্তন বেগী বলাৰগৰাকীয়ে। ছ’চিয়েল মিডিয়া হেলাে’ৰে হােৱা সাক্ষাৎকাৰত আখতাৰে কয় যে “জ্ঞান বিলাই  দিয়াটোৱেই মােৰ প্রধান কর্তব্য”। 

Leave a Reply