বৰ্গ আৰু গোত্ৰ

বৰ্গ আৰু গোত্ৰৰ মাজৰ পাৰ্থক্য :

বিজ্ঞান

 

বর্গ

ই এক বৰ্গীকৰণৰ একক যি পাৰস্পৰিক সাদৃশ্যযুক্ত এক বা ততােধিক গােত্র লগ হৈ গঠন হয়।

শ্ৰেণীৰ ঠিক পিছৰ এককটোৱে হ’ল বর্গ।

গােত্র

পাৰস্পৰিক সাদৃশ্যযুক্ত এক বা ততােধিক গণ বা জাতি লগ হৈ গােত্র গঠন হয়।

বৰ্গৰ ঠিক পিছৰ একটোৱে হ’ল গােত্র।

Leave a Reply