I Love You বুলি কলো মই  তুমি চাগে  নুশুনিলে – Zubeen Garg

Zubin garg songs

I Love You বুলি কলো মই
তুমি চাগে  নুশুনিলে
কঠিন শিলৰে হৃদয়
তােমাৰ সঁচাকে জানা
I Need You বুলি কলোঁ মই
তুমি চাগে নুবুজিলা
বলিয়া যৌৱনৰ চাকি
নুমাল হঠাতে জানা

তিনি আলিতে লগ পােৱা
দুটি মিঠা কথা
কাজল কাজল কাজল
চকুত সপােন দেখা
চাইকেলত টিউচন যােৱা
পিছে পিছে মই যােৱা
বেঁকাকৈ তুমি চোৱা
তুমি চাগে পাহৰিলা
বুকুতে যে নৰলা
তুমি চাগেনুবুজিলা
বুকুতে যে নথলা
বুকু আজি উদাস উদাস
উদাস উদাস নৈ।
কলেজৰে কেন্টিনত
গজা আৰু চাহ খােৱা
সকলােৱে জোকোৱা
আছিল জানাে মিছা।
ৰাতি ৰাতি অকলে
তােমাৰ ফটো চোৱা
বুকুতে সপােন গুঠা

Leave a Reply