ৰং তুমি হােৱানে , ৰং তুমি বুজানে

Zubin garg songs

ৰং তুমি হােৱানে, ৰং তুমি বুজানে,
ৰং তুমি দেখােন মৰমৰ…
বুজি যদি নুবুজা, দেখি যদি নেদেখা
শুনি যদি নুশুনা, মােৰ মন মােৰ মন
বুজা নুবুজা কথা, কোৱা নােকোৱা ভাষা, মিছাতে কিয় কোৱা,
ৰং যদি দেখিচাই মন কিয় দিয়া নাই,
জ্বলি জ্বলি এই হৃদয় হ’বছাই
ৰং তুমি…
কাণ পাতি শুনাচোন,
কলিজাতে গুপুতে তুমি আছা প্রাণ হৈ
প্রাণ যদি গােপনে, সাঁচিচাযে যতনে
সাবটাহি কলিজাৰে উম হৈ
ৰং তুমি…।।

Leave a Reply