সেউজীয়া মন সেউজীয়া প্রাণ সেউজীয়া যৌৱন সেউজীয়া গান

Zubin songs

সেউজীয়া মন সেউজীয়া প্রাণ
সেউজীয়া যৌৱন সেউজীয়া গান
সেউজীয়া দিন মােৰ সেউজীয়া নিশা
প্রতিটো প্ৰহৰ আজি ফুল।
তােমাৰ প্রেৰণা আজি প্রভাতে প্রভাতে
তােমাৰ প্ৰেণা আজি তেজে তেজে
এন্ধাৰাে লুকাই বুকুত তােমাৰ
বিয়পাই যি পােহৰ সােণালী
তােমাৰ তুলনা দিব আকাশে বতাহে

তােমাৰ তুলনা দিব ফুলে পাতে
আজি জুৰি তােমাৰ মনৰ প্রীতি।।

Leave a Reply